• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৮২ হাজাৰলৈ বৃদ্ধি; যোৱা ২৪ ঘন্টাত ১০০জন ৰোগীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 10:49 am
KZv7vbKHT3PpABq64vnGcT-320-80

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৮২হাজাৰ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘন্টাত প্ৰায় ৪হাজাৰ নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৯৭জন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, দেশত এতিয়া কৰ’না আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৮১ হাজাৰ ৯৭০জন।

Apply Now

ইয়াৰ ভিতৰত ২৬৪৯জন ৰোগীৰ মৃত্যু হৈছে আৰু ২৭হাজাৰ ৯২০জন ৰোগী সুস্থ হৈ উঠিছে।

দেশত বৰ্তমান ৫১হাজাৰ ৪০১টা সক্ৰিয় পজিটিভ ঘটনা আছে।

ৰাজ্যসমূহৰ ভিতৰত কৰ’না আক্ৰান্তৰ সংখ্যা আটাইতকৈ বেছি মহাৰাষ্ট্ৰত। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২৭হাজাৰ স্পৰ্শ কৰিছে।

মহাৰাষ্ট্ৰত এতিয়ালৈকে মুঠ ১০১৯জন লোকৰ মৃত্যু হৈছে।

সেইদৰে, গুজৰাটত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৯হাজাৰ ৫৯১জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত মুঠ ৫৮৬জন লোকৰ মৃত্যু হৈছে।

আনহাতে, তামিলনাডুত কৰ’না সংক্ৰমম দ্ৰুতভাৱে বৃদ্ধি পাইছে। ৰাজ্যখনত বৰ্তমান ৰোগীৰ সংখ্যা ৯হাজাৰ ৬৭৪জনলৈ বৃদ্ধি পাইছে আৰু ৬৬জন লোকৰ মৃত্যু হৈছে।

ইপিনে, দিল্লীত কৰ’না ৰোগীৰ সংখ্যা ৮হাজাৰ অতিক্ৰম কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, দিল্লীত মুঠ ৰোগীৰ সংখ্যা ৮হাজাৰ ৪৭০জন আৰু ইয়াৰে ভিতৰত ১১৫জন লোকৰ মৃত্যু হৈছে।

ৰাজস্থানত এতিয়ালৈকে নিশ্চিত হোৱা মুঠ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ৪৫৩৪জন। ৰাজ্যখনত ১২৫জন লোকৰ মৃত্যু হৈছে।

মধ্য প্ৰদেশত এতিয়ালৈকে ৪৪২৬জন পজিটিভ ৰোগী পোৱা গৈছে। ইয়াৰে ভিতৰত ২৩৭জন লোকৰ মৃত্যু হৈছে।

সেইদৰে, উত্তৰ প্ৰদেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৯০২গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে ৮৮জন লোকৰ মৃত্যু হৈছে।

অসমত এতিয়ালৈকে ৮৬ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ।

ইয়াৰে ৪৪ জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ইতিমধ্যে দুগৰাকী আক্ৰান্তই মৃত্যুক আঁকোৱালি লৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd