• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে নতুন ঘৰ, কিমানটা কোঠা আছে আম্বানীৰ নতুন বাসভৱনত?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 5, 2021 3:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে শেহতীয়াকৈ লণ্ডনত এটা নতুন ঘৰ লৈছে।

মুম্বাইত আম্বানীৰ সুদৃশ্য বাসভৱন এণ্টিলা থকাৰ পিছতো আম্বানীৰ পৰিয়ালে তেওঁলোকৰ বাবে দ্বিতীয় এটা বাসস্থানৰ অভাৱ অনুভৱ কৰি আছিল।

সেইমৰ্মে আম্বানীয়ে লণ্ডনৰ বিলাসবহুল অঞ্চলত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰিছে।

চলিত বৰ্ষৰ প্ৰথম ভাগতে আম্বানীয়ে লণ্ডনৰ ৩০০ একৰ মাটিৰে আগুৰা এই অঞ্চলটো ক্ৰয় কৰিছিল।

Apply Now

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত এই ভৱনটো ক্ৰয় কৰিছে। সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছনত আছে ৪৯ টা শোৱনী কোঠা।

প্ৰতিটো কোঠাই সজাই তোলা হৈছে আটক ধুনীয়াকৈ।

কেৱল সেয়াই নহয় বাকিংহামশ্বায়াৰ মেনছনত আছে এখন সৰু চিকিৎসালয়ো।

এগৰাকী ব্ৰিটিছ টিকিৎসকৰ নেতৃত্বত পৰিচালিত হয় এই চিকিৎসালয় খন। আম্বানী পৰিয়ালৰ বেমাৰ-আজাৰ হ’লে প্ৰথমে এই চিকিৎসালয়তে জৰুৰীকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

বাকিংহামশ্বায়াৰ মেনছন যি স্থানত অৱস্থিত সেই স্থানক ষ্টক পাৰ্ক বুলিও জনা যায়। ষ্টক পাৰ্ক বিতোপন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ।

মুম্বাইৰ কোলাহলপূৰ্ণ পৰিবেশৰ পৰা ওলাই আহি প্ৰকৃতিৰ নিৰিবিলি পৰিবেশত বাস কৰাৰ বাবেই আম্বানীৰ পৰিয়ালে বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে প্ৰতিবছৰে আম্বানীৰ পৰিয়ালে দীপাৱলী এণ্টিলাতেই উদযাপন কৰি আহিছিল যদিও এইবাৰ বাকিংহামশ্বায়াৰ মেনছনত দীপাৱলী উদযাপন কৰিছে।

আম্বানীয়ে ক্ৰয় কৰা এই ভৱনটোত জেমছ বণ্ড ছিৰজিৰ কেইবাখনো ছবিৰো শ্বুটিং হৈছিল।

আম্বানী পৰিয়ালে বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰা বুলি সংবাদমাধ্যমত খবৰ ওলাইছে যদিও আম্বানী পৰিয়ালৰ তৰফৰ পৰা এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm
আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd