• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে চীন দেশত উজলিল অসম কন্যা অম্ব্ৰিকা নাৰ্জাৰী

১৭ অনূৰ্ধ্ব তৃতীয় এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপৰ লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন অম্ব্ৰিকা নাৰ্জাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2019 9:52 am
Ambrika Narzary

ফটো উৎস : ফেচবুক

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে ভাৰতীয় এথলেটিকছ জগতত খলকনি তুলিছে অসমৰ এগৰাকী প্ৰতিভা সম্পন্ন যুৱ এথলীটে। নাম অম্ব্ৰিকা নাৰ্জাৰী । সকলোৰে অজ্ঞাতে চীন দেশৰ হংকং চহৰত অনুষ্ঠিত হৈ থকা ১৭ অনূৰ্ধ্ব তৃতীয় এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপৰ লং জাম্প ইভেণ্টত এথলীটগৰাকীয়ে লাভ কৰিছে ব্ৰঞ্জৰ পদক।

ইতিমধ্যে চৰ্চা লাভ কৰা অত্যন্ত প্ৰতিভাশালী এথলীটগৰাকীয়ে প্ৰতিযোগিতাখনৰ লং জাম্পত (৫.৭৩ মিটাৰ) ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰিছে।

Apply Now

চিৰাং জিলাৰ বিজনীৰ শিলবাৰীৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী (হেমংগ নাৰ্জাৰী) আৰু মাতৃ জাউলি নাৰ্জাৰীৰ দ্বিতীয় কন্যা অম্ব্ৰিকা নাৰ্জাৰীৰ এই সাফল্যত জন্মস্থানৰ লগতে চিৰাং জিলাত এক আনন্দময় তথা উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে।

চিৰাং জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ এখন আগশাৰীৰ প্ৰতিযোগিতাত পদক জয় কৰাটো কষ্টকৰ আছিল যদিও সেয়া বাস্তৱত পৰিণত কৰাত স্বাভাৱিকতে আনন্দৰ বিষয় বুলি জিলাখনৰ বিভিন্ন দল-সংগঠনে ব্যক্ত কৰে। অম্ব্ৰিকাৰ সাফল্যৰ বাবে এবছুৰ বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কোকৰাঝাৰৰ ছাইত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচটাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদকৰে নিজৰ প্ৰতিভাৰ উমান দি থৈছে।

উল্লেখ্য যে ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীক দুৰন্ত গতিৰে আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাসৰ পাছত এথলেটিকছ জগতৰ নৱতম চাঞ্চল্য অম্ব্ৰিকা নাৰ্জাৰীয়ে লং জাম্পত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি ক্ৰীড়া সমালোচক তথা বিশ্লেষকসকলে ধাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd