DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেৰালাৰ প্ৰেমত বন্দী ৭৪ বছৰীয়া মাৰ্কিন নাগৰিক, নাযায় দেশলৈ উভতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 4:18 pm
Johnny_Paul_Pierce
1.6k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ৭৪ বছৰীয়া মাৰ্কিন নাগৰিক। নাম তেওঁৰ জনী প’ল ৱাল্কাৰ।

মহামাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সময়তে ভাৰতৰ কেৰালালৈ অহা এই গৰাকী মাৰ্কিন নাগৰিক এতিয়া অন্ধ কেৰালাৰ প্ৰেমত।

২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা কেৰালালৈ অহা লোক জনৰ ই-ভিছাৰ ম্যাদ উকলিব এই বছৰৰে ২৪ আগষ্টৰ দিনা ।

কিন্তু ই-ভিছাৰ ম্যাদ উকলিলেও তেওঁ কেৰালা ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়।

সেইবাবেই কেৰালাতে থকাৰ অনুমতি বিচাৰি তেওঁ অধিবক্তাৰ জৰিয়তে আবেদন জনাইছে কেৰালা উচ্চ ন্যায়ালয়ত।

অধিবক্তা ছাজু এচ নায়াৰে প্ৰকাশ কৰা মতে আমেৰিকাৰ পৰা আহি লোক জনে এৰ্নাকুলামৰ কানদাদিৰ এখন হোটেলত যোৱা পাঁচ মাহ ধৰি আছে। কেলিফ’ৰ্নিয়াৰ বাসিন্দাগৰাকীয়ে আমেৰিকালৈ পুনৰ উভতি যোৱাৰ ইচ্ছা কৰা নাই।

কেৰালাৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈ পৰা লোক জনে কেৰালাতে থাকি এখন ৰিজৰ্ট খুলিব বিচাৰিছে।

ইয়াৰ বাবে তেওঁৰ ই-ভিছা খন বিজনেছ ভিছালৈ ৰুপান্তৰিত কৰাৰ বাবে তেওঁ কেৰালা উচ্চ ন্যায়লয়ত অবেদন জনাইছে।

নিয়ম অনুসৰি আমেৰিকা, কানাডা, জাপান আদি দেশৰ নাগৰিকক ভাৰতে প্ৰদান কৰা ই-ভিছাৰ ম্যাদ ১৮০ দিনীয়া।

ক’ৰ’ণাতংকৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ থকা বাবে সেই ম্যাদ আৰু ৩০ দিনলৈ বঢ়াব পৰা যাব।

এনে পৰিস্থিতিত জনী প’ল ৱাল্কাৰৰ আবেদন খন সন্দৰ্ভত আদালতে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব ।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd