DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অপ্রতিৰোধ্য ক’ৰ’না; তাৰ মাজতে ৰাজ্যবাসীৰ বাবে সৰুকৈ হ’লেও এটা ভাল খবৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2020 8:20 pm
Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

140.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত যোৱা কিছু দিনৰ পৰা অ-প্রতিৰোধ্য গতিত ক’ৰ’নাৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছে, দিনে দিনে বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা।

কিন্তু তাৰ মাজতে সৰুকৈ হ’লেও এটা ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ক’ৰ’নামুক্ত হৈছে এগৰাকী লোক। তেওঁক কিছু সময় পূৰ্বে মুক্তি দিয়া বুলি টুইটাৰ যোগে জনাইছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

লোকজনক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা মুক্তি দিয়া হয় বুলি তেওঁ জনায়।

কেইবাবাৰো কৰা টেষ্টৰ পাছতো লোকজনৰ নিগেটিভ অহাতহে তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

? One patient has been discharged today after testing negative for #COVID19 twice from MMCH.

Request all to strictly adhere to government advisories. #AssamCovidCount #StayAtHomeSaveLives

Update 7:30 pm / May 23 pic.twitter.com/uBigpMWMKZ

— Himanta Biswa Sarma (@himantabiswa) May 23, 2020

অৱশ্যে মুক্তি দিয়া লোকজনৰ পৰিচয় প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এটা কথা উল্লেখ কৰিব পাৰি যে লোকজনক মুক্তি দিয়াৰ পাছত বৰ্তমান ১১১ গৰাকী কোভিড-১৯ আক্ৰান্ত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে।

ইপিনে, ২৬৭জনলৈ হ্ৰাস পালে চিকিৎসাধীন হৈ থকা ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখযোগ্য যে, আজিৰ দিনটোত ৭০ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পৰিছে তথা বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত ৩২৯ গৰাকী লোক এই ভাইৰাছৰ কৱলত পৰিছে।

তাৰ মাজতে এজনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া খবৰে কিছু পৰিমাণে হ’লেও সুখৰ বতৰা কঢ়িয়াই আনিছে।

Recent News

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

Udaipur murder

উদয়পুৰ হত্যাকাণ্ডৰ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Teacher’s other professions জীৱন বীমা এজেণ্ট-সাংবাদিকতা কৰিব নোৱাৰিব শিক্ষকে; প্ৰাথমিক-মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ জাননী

Teacher’s other professions জীৱন বীমা এজেণ্ট-সাংবাদিকতা কৰিব নোৱাৰিব শিক্ষকে; প্ৰাথমিক-মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ জাননী

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd