• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ আতংকৰ মাজতে এটা ভাল খবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 20, 2020 7:38 pm

1 min read

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

204.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ আতংক চলি থকাৰ মাজতে আজি এক সংবাদমেল যোগে এটা ভাল খবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰকীয়ে জনোৱা মতে ক’ৰ’না ভাইৰাছত আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা০ লিথিকেশসহ ৰাজ্যৰ ৭ গৰাকী কোভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে।

আজি বিয়লি প্ৰায় ৫:৩০ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা GMCHত উপস্থিত হৈ ডা০ লিথিকেশক চিকিৎসালয়ৰ পৰা মুক্তি দিয়ে।

দাক্ষিণাত্যৰ ডা০ লিথিকেশৰ দেহত ২৭ এপ্ৰিলৰ পৰাই ক’ৰ’নাৰ লক্ষণে লাহে লাহে দেখা দিছিল যদিও যোৱা ৭ মে’ত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

তাৰ পাছৰে পৰা GMCH ত চিকিৎসাধীন হৈ আছিল লিথিকেশ।

লিথিকেশৰ সম্পৰ্কলৈ অহা ২২০০ লোকৰ দুগৰাকীক বাদ কৰি আটাইৰে নিগেটিভ আহিছিল।

ডা০ লিথিকেশৰ উপৰি আজি যোৰহাট মেডিকেল কলেজ হস্পিতালৰ ২ গৰাকী, শিলচৰ মেডিকেল কলেজ হস্পিতালৰ চাৰিগৰাকী লোকক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

বৰ্তমানলৈকে ৰাজ্যত ১৭০ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ লগতে ৪৮ গৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ইতিমধ্যে ৪ গৰাকী লোক মৃত্যু মুখত পৰিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা মুকলি কৰি দিয়া ব্যক্তি দুগৰাকী হৈছে মামু বৰা আৰু পৰীস্মিতা দত্ত কলিতা।

ইপিনে ডা০ লিথিকেশ ক’ৰ’না মুক্ত হ’ল যদিও তেওঁ কিছু দিনৰ বাবে মহানগৰীৰ এখন হোটেলত কুৱাৰেন্টাইনত থাকিব।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd