• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ মাজতে গোলাঘাটত হঠাৎ বন্ধ কৰা হ’ল বেচৰকাৰী যাত্ৰীবাহী যান-বাহন

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , April 6, 2021 1:12 pm

1 min read

Eviction final

ফটো: নর্থইষ্ট নাও।

398
VIEWS
Share on FacebookShare on Twitter

আজি  গোলাঘাটত প্ৰশাসনৰ উচ্ছেদক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়।

গোলাঘাট ভি আই পি ৰোডৰ মটৰ শ্ৰমিক ইউনিয়ন কাৰ্যালয় উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি উদ্ভৱ হ’য়।

গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকা সময়তে মটৰ শ্ৰমিক ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে মটৰ শ্ৰমিক ইউনিয়নৰ নেতা কৃষ্ণ বৰাক আটক কৰে।

কৃষ্ণ বৰাক আটক কৰাৰ পিছতে মটৰ শ্ৰমিক ইউনিয়নে গোলাঘাটৰ সকলো ধৰণৰ বেচৰকাৰী যাত্ৰীবাহী যান-বাহন বন্ধ কৰি দিয়ে।

যান-বাহন বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ যাত্ৰীসকলে দুৰ্ভোগ ভূগিব লগা হয়।

প্ৰশাসনে  এই উচ্ছেদ অভিযানত গোলাঘাট চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ো উচ্ছেদ কৰে।

Recent News

a vac

কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে

পপষ্টাৰ টেইলৰ চুইফটৰ গানত গুজৰাটৰ মুখ্যমন্ত্ৰী! আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজনক, কিয়?

পপষ্টাৰ টেইলৰ চুইফটৰ গানত গুজৰাটৰ মুখ্যমন্ত্ৰী! আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজনক, কিয়?

Ey6dbX7UUAELqJx-750x375

বিজ্ঞানৰ ওপৰত হেৰুৱাইছে আস্থা! গুজৰাটৰ চৰকাৰী চিকিৎসালয়ত কোভিড দূৰ কৰিবলৈ যজ্ঞানুষ্ঠান

আজৱ! নিজৰ সন্তানৰ স’তেই বিয়া পাতি সংসাৰ কৰিবলৈ ওলাইছে এগৰাকী অভিভাৱক, ক’ত?

আজৱ! নিজৰ সন্তানৰ স’তেই বিয়া পাতি সংসাৰ কৰিবলৈ ওলাইছে এগৰাকী অভিভাৱক, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd