• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী প্ৰচাৰৰ সলনি সমষ্টিবাসীৰ সৈতে প্ৰতিবাদত খোদ দিচপুৰৰ বিজেপি বিধায়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2019 5:21 pm
Amid loksabha hullabaloo, Assam BJP MLA joins people's protest against construction of 'Srishti Nagar' in Guwahati

শনিবাৰে চূণচালিৰ প্ৰতিবাদথলীত অতুল বৰা। ছবি- কল্পজ্যোতি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ ধামখুমীয়া আৰু অসমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সমষ্টিবাসীৰ সৈতে শনিবাৰে প্ৰতিবাদত বহিছে দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰা।

এটা কোম্পানিয়ে “পাহাৰ কাটি” নিৰ্মাণ কৰি থকা সৃষ্টি নগৰ বন্ধ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক “তিনিখনকৈ চিঠি” দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমষ্টিৰ অন্তৰ্গত চূণচালিৰ ৰাইজৰ সৈতে প্ৰতিবাদত বহিছে বিধায়কজন।

Apply Now

চূণচালিৰ পাহাৰ এলেকাতে আয়োজিত প্ৰতিবাদী অৱস্থান ধৰ্মঘটটোত বিধায়কজনৰ লগত অঞ্চলটোৰ কেইবাশও লোকে অংশগ্ৰহণ কৰে। বিধায়কজনৰ লগতে চূণশালিবাসীয়েও কেইবাবছৰ ধৰি কোম্পানিটোৰ কাম বন্ধ কৰাৰ দাবী জনাই আহিছে।

“তাৎক্ষণিকভাৱে চূণচালি পাহাৰত সৃষ্টিনগৰ নিৰ্মাণৰ নামত অবৈধ খনন কাৰ্য্য তথা বন ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ দুয়োটা বিভাগকে আহ্বান জনাইছো,” ৰাজ্য চৰকাৰৰ ৰাজহ আৰু বন ও পৰিৱেশ উন্নয়ন বিভাগক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান বৰাৰ।

বৰাৰ অভিযোগ অনুসৰি যোৱা বছৰৰ শেষৰ ফালে কামৰূপ জিলা প্ৰশাসনে সৃষ্টি নগৰ নিৰ্মাণকাৰী কলকাতাৰ সংস্থা ‘সৃষ্টি নগৰ ইনফ্ৰাস্ত্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পৰে’চন লিমিটেড’ক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু কাম এতিয়াও বন্ধ হোৱা নাই।

অঞ্চলটোৰ প্ৰাকৃতিক শোভা ধ্বংস কৰি সৃষ্টি নগৰ পতাৰ পৰিৱৰ্তে শিশু উদ্যান আৰু খোজ কঢ়াৰ স্থানৰূপে গঢ়ি তুলিবলৈ বিধায়কগৰাকীয়ে দাবী জনাইছে।

“বৰ লুইতৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰি থকা পাহাৰীয়া অঞ্চলটোত সৃষ্টি নগৰৰ সলনি শিশু উদ্যান আৰু গুৱাহাটীৰ জনসাধাৰণৰ বাবে ৱাকিং জ’ন নিৰ্মাণ কৰিব লাগে,” মুখ্য মন্ত্ৰীক আহ্বান বৰাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd