DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সিদ্ধু মুছেৱালা হত্যাকলৈ ক্ষোভৰ মাজতে পঞ্জাৱ চৰকাৰৰ পৰা নিৰাপত্তাকলৈ উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2022 10:18 am
127
VIEWS
Share on FacebookShare on Twitter

পাঞ্জাৱী গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাক লৈ ক্ষোভৰ মাজতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ চৰকাৰক শেহতীয়াকৈ সুৰক্ষাধাৰীসকলৰ নিৰাপত্তা প্ৰত্যাহাৰ বা কৰ্তন কৰাৰ ভিত্তি ব্যাখ্যা কৰিবলৈ কৈছে।

বাতৰি অনুসৰি, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজ মোহন সিঙৰ আদালতে সোমবাৰে পঞ্জাৱ চৰকাৰক ব্যক্তিগতই হওঁক বা অন্য কাৰণতে নিৰাপত্তা প্ৰত্যাহাৰ বা কৰ্তন কৰাৰ সিদ্ধান্তৰ ভিত্তি ব্যাখ্যা দিবলৈ কৈছে।

পঞ্জাৱ আৰক্ষীয়ে তেওঁৰ লগতে ৪২০ জন লোকৰ নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰাৰ এদিন পিছতে গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে সন্ধিয়া পঞ্জাৱৰ মানচা জিলাত গুলীয়াই হত্যা কৰা হৈছিল।

লগতে পঢ়ক: Vladimir Putin: পুটিনৰ জীৱনকাল আৰু মাত্ৰ ৩ বছৰ; অন্ধ হ’বলৈ আগবাঢ়িছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি! চাঞ্চল্যকৰ খৱৰ

আদালতে চৰকাৰক লগতে নিৰাপত্তা প্ৰত্যাহাৰৰ তথ্য কেনেকৈ ৰাজহুৱা হ’বলৈ পালে তাৰো বাখ্যা বিচাৰিছে। ন্যায়াধীশ ৰাজ মোহন সিঙে তথ্য প্ৰদানৰ বাবে দুদিনৰ সময়সীমা বান্ধি দিছে।

ন্যায়াধীশ ৰাজ মোহন সিঙে স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰৰ প্ৰতিবেদনখন বন্ধ খামত দাখিল কৰিব লাগিব।

উচ্চ ন্যায়ালয়ে পঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অ’ পি চোনিয়ে তেওঁৰ অধিবক্তা  মধু দয়ালৰ জৰিয়তে দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত এই পৰ্যৱেক্ষণ দাঙি ধৰে।

লগতে পঢ়ক: Cake on Mona Lisa portrait: বৃদ্ধাৰ ছদ্মবেশত প্ৰৱেশ; বিশ্বৰ প্ৰসিদ্ধ চিত্ৰশিল্প মনালিছাৰ পেইন্টিঙত কেক সানিলে যুৱকে!

চোনিয়ে অন্যান্য বিষয়ৰ লগতে তেওঁৰ “জেড” কেটেগুৰিৰ নিৰাপত্তা উঠাই দিয়া তথা নিৰাপত্তা কৰ্মী প্ৰত্যাহাৰৰ যোৱা ১১ মে’ৰ নিৰ্দেশটো বাতিল কৰাটো বিচাৰিছিল।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd