• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাল কৰ’নাত বিধ্বস্ত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ; কোটিটকীয়া হংস বাহনত এতিয়া ঘুণে ধৰা অৱস্থা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 10, 2021 2:09 pm
WhatsApp Image 2021-08-10 at 12.13.14 PM

বিশ্বনাথত পৰ্যটনৰ বিশেষ আকৰ্ষণ হৈ অহা 'হংস বাহন' পৰিত্যক্ত অৱস্থাত। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিমাৰী কৰ’নাই দেশৰ আন পৰ্যটন ক্ষেত্ৰৰ দৰেই বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈও দুৰ্যোগ নমাই আনিছে।

কিয়নো কেৰেলাৰ নদী পৰ্যটনৰ আৰ্হিত বিশ্বনাথৰ পৰ্যটন অনুৰাগী ড° কিশোৰ হাজৰিকাই ২০১৭ চনত কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিছিল এখন জাহাজ। নাম দিছিল ‘হংস বাহন’।

Apply Now

এই হংস বাহনত আছিল ৭ টাকৈ শীত-তাপ নিয়ন্ত্ৰিত কোঠা, এটা বৃহৎ ডাইনিং হল।

এই হংস বাহনত উঠিয়েই বিশ্বনাথলৈ অহা দেশী বিদেশী বহু পৰ্যটকে বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা পৰিদৰ্শন কৰাৰ লগতে শিলঘাটলৈকে নৌকা যাত্ৰাৰ আমোদ লৈছিল।

প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হংস বাহন খন ২০১৯ চনলৈকে  বিশ্বনাথৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিল যদিও ২০২০ চনৰ পৰা কৰ’নাৰ বাবে থমকি ৰ’ল ‘হংস বাহন’ৰ যাত্ৰা।

কিয়নো কৰ’নাৰ গণ সংক্ৰমণৰ সময়ত দিয়া লকডাউনৰ বাবেই গুপ্তকাশী বিশ্বনাথ ঘাটলৈ আহিব নোৱাৰা হ’ল দেশী বিদেশী পৰ্যটক।

এইবাৰো যোৱা মে’ মাহৰ পৰা কৰ’নাই জটিল ৰূপ ধাৰণ কৰাৰ বাবেই পৰ্যটকহীন হৈ পৰিল গুপ্তকাশী বিশ্বনাথ ঘাটৰ মঠ মন্দিৰ, নদীদ্বীপ উমাটুমণি আৰু নদী দ্বীপটোত থকা গ্ৰীণ আছিয়ানা ইক’ ৰিজৰ্ট।

ফলত এতিয়া পৰ্যটকৰ অভাৱৰ বাবেই ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰি ৰৈছে হংস বাহন খন। এৰাই পৰিছে জাহাজখনৰ অত্যাধুনিক কোঠাৰ চিলিং। বিকল হৈ পৰিছে জাহাজ খনৰ দুটাকৈ ইঞ্জিন।

আনহাতে, কৰ্ম সংস্থাপনহীন হৈ পৰিছে জাহাজ খনত থকা ১০ জনকৈ কৰ্মচাৰী। যাৰ বাবে এতিয়া বিশ্বনাথত নদী পৰ্যটনক এক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰা এই অত্যাধুনিক ব্যৱস্থা আজি এক কৰুণ পৰিসমাপ্তিৰ পথত।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd