• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়তে বিস্ফোৰক বাৰাক অ’বামা, ‘…বিভাজিত হ’ব পাৰে ভাৰত’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 10:47 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৃহস্পতিবাৰে নিশা হোৱাইট হাউছত তেওঁৰ সন্মানত ৰাষ্ট্ৰীয় নৈশভোজৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই সংবাদ মাধ্যম ‘চিএনএন’ত ভাৰতক লৈ বিস্ফোৰক মন্তব্য কৰিছে।

উল্লেখ্য যে অ’বামাৰ কাৰ্যকালৰ পৰাই ভাৰত আমেৰিকাৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত উপ-ৰাষ্ট্ৰপতি আছিল জো বাইডেন। আজি সেই বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেওঁৰ নিমন্ত্ৰণ মৰ্মে নৰেন্দ্ৰ মোডী ৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচী লৈ আমেৰিকালৈ যায়। ইয়াৰ মাজতে অ’বামাই ভাৰতত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ বিষয়কলৈ সৰৱ হৈছে।

লগতে পঢ়ক: হোৱাইট হাউছত মোদীৰ অভ্যৰ্থনা! আম্বানীৰ পৰা পিচাইলৈ নৈশভোজত অতিথিৰ দীঘলীয়া তালিকা

Apply Now

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই চিএনএনত ভাৰতক লৈ বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয়, ‘ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জাতিৰ মানৱ অধিকাৰ সুৰক্ষিত নহ’লে ভৱিষ্যতে ভাৰত বিভাজিত হ’ব পাৰে।’  অ’বামাই লগতে কয় যে বাইডেন প্ৰশাসনেও সংখ্যালঘু অধিকাৰৰ বিষয়টো ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা উচিত।

অ’বামাই কয়, ‘যদি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহে, তেন্তে তেওঁ ভাৰতত সংখ্যালঘু মুছলমানসকলৰ স্থিতিৰ বিষয়টো উত্থাপন কৰা উচিত। মই নিজেই মোডীক চিনি পাওঁ। এই পৰিস্থিতিত তেওঁক লগ পোৱা হ’লে ক’লোহেঁতেন, ‘আপুনি যদি সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষা নকৰে, তেনেহ’লে ভাৰতৰ বিভাজিত হোৱাৰ সম্ভাৱনা অধিক৷’

উল্লেখ্য যে ডেম’ক্ৰেটিক পাৰ্টিৰ ভিতৰত বাইডেনৰ অন্যতম ডাঙৰ সমৰ্থক অ’বামা। ইয়াৰ পূৰ্বে ডেম’ক্ৰেটিক দলৰ ৭৫ জন সাংসদে বাইডেনলৈ পত্ৰ লিখিছিল। তেওঁলোকে ভাৰতৰ সংখ্যালঘুৰ বিষয়টো মোডীৰ আগত উত্থাপন কৰিবলৈ আবেদন জনায়। অৱশ্যে হোৱাইট হাউছে জনাইছে যে ভাৰতক গণতন্ত্ৰৰ বিষয়ে ‘জ্ঞান’ দিয়া নহয়।

লগতে পঢ়ক: টাইটানৰ সকলো যাত্ৰীৰ মৃত্যু; আটলাণ্টিকত ধ্বংসাৱশেষ উদ্ধাৰৰ পিছতে ঘোষণা আমেৰিকান ক’ষ্ট গাৰ্ডৰ

ইপিনে, বাইডেনৰ সৈতে যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘গণতন্ত্ৰ আমাৰ চেতনাত, আমাৰ শিৰাই শিৰাই আছে। আমি গণতন্ত্ৰত বাস কৰো। আমাৰ চৰকাৰে সংবিধান অনুসৰি কাম কৰে। ভাৰতত জাতি, ধৰ্ম, লিংগ, বয়সৰ ভিত্তিত কোনো বৈষম্য নাই। ভাৰতে গণতন্ত্ৰৰ উশাহ লয় গতিকে বৈষম্যৰ কোনো প্ৰশ্নই নুঠে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd