• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কংগ্ৰেছৰ নামত ভুৱা অপপ্ৰচাৰ : অমিত মালব্য আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে জামিনহীন ধাৰাত গোচৰ ৰুজু

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 21, 2025 12:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্য আৰু ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কৰ্ণাটকত কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে। তেওঁলোকৰ বিৰুদ্ধে “ভুৱা তথ্য বিয়পোৱাৰ” অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ অৰ্ণৱ গোস্বামীয়ে এটা অনুষ্ঠানত দাবী কৰিছিল যে তুৰস্কত কংগ্ৰেছৰ কাৰ্যালয় আছে।

যুৱ কংগ্ৰেছৰ আইনী কোষৰ মুৰব্বী শ্ৰীকান্ত স্বৰূপে ২০ মে’ত কৰ্ণাটকৰ বেংগালুৰুৰ হাই গ্ৰাউণ্ড আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। তেওঁৰ মতে এয়া সম্পূৰ্ণ মিছা আৰু কোনো ভিত্তি নথকা তথ্য।

Apply Now

বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা অমিত মালব্য আৰু ৰিপাব্লিকৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৯২ আৰু ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Did you know that the Congress Party has a registered office in Turkey? Can Rahul Gandhi explain what necessitated this move? This is bizarre and inexplicable on multiple levels. India deserves to know.

Remember: the enemy’s friend is an enemy too. pic.twitter.com/lOnPrS5SpY

— Amit Malviya (@amitmalviya) May 17, 2025

এই কাণ্ড সন্দৰ্ভত শ্ৰীকান্ত স্বৰূপে সংবাদ মাধ্যমৰ আগত কয় যে অমিত মালব্য আৰু অৰ্ণৱ গোস্বামী আচলতে ভুৱা তথ্য বিয়পোৱাৰ এক জঘন্য আৰু অপৰাধমূলক অভিযানৰ মাষ্টাৰমাইণ্ড। তেওঁ অভিযোগ কৰে যে অভিযুক্তসকলে ইচ্ছাকৃতভাৱে এই ভুৱা অপপ্ৰচাৰ প্ৰচাৰ কৰিছিল।

এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয়, “কংগ্ৰেছক বদনাম, অশান্তি কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক ভেঙুচালি কৰাৰ এই দুৰ্নীতিপৰায়ণ প্ৰচেষ্টা গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। আমি মৌন হৈ নাথাকো। আমাৰ বাৰ্তা অতি স্পষ্ট: আমাৰ দল বা দলৰ নেতৃত্বৰ বিৰুদ্ধে ভুৱা বাতৰি বিয়পোৱাৰ যিকোনো প্ৰচেষ্টা কঠোৰ আইনী আৰু ৰাজনৈতিক সঁহাৰিৰ সন্মুখীন হ’ব।”

Under the direction of @IYC In-charge Shri @Allavaru Ji, National President @UdayBhanuIYC Ji, and Our Chairman @RoopeshINC Ji, an FIR has been registered under non-bailable sections against @amitmalviya and Arnab Goswami Editor-in-Chief, @republic for defaming the constitutional… pic.twitter.com/nlTxoPO8RD

— IYC Legal Cell (@IYCLegalCell) May 20, 2025

১৫ মে’ত ৰিপাব্লিক টিভিৰ ‘ডিবেট উইথ অৰ্ণৱ’ অনুষ্ঠানত আয়োজক অৰ্ণৱ গোস্বামীয়ে ‘ইস্তানবুল কংগ্ৰেছ চেণ্টাৰ’ৰ এখন ছবি দেখুৱাই কংগ্ৰেছৰ কাৰ্যালয় বুলি দাবী কৰিছিল। যিটো আচলতে আছিল এটা সভাঘৰ। কিন্তু তীব্ৰ সমালোচনাৰ বাবে ৰিপাব্লিক টিভিয়ে অনুষ্ঠানটোৰ সেই অংশটো ডিলিট কৰিবলৈ বাধ্য হয়।

এই অনুষ্ঠানত আয়োজক অৰ্ণৱ গোস্বামীয়ে দাবী কৰে যে কংগ্ৰেছ দল আমাৰ শত্ৰুদেশ তুৰস্কৰ পক্ষত আছে। অৰ্ণৱে লগতে কয়,  “তুৰস্কত আপোনাৰ দলৰ কেনেধৰণৰ কাম আছে?” তেওঁ দৰ্শকক প্ৰশ্ন কৰে, “দৰ্শকসকল, আপোনালোকে জানেনে যে কংগ্ৰেছ দলৰ তুৰস্কত পঞ্জীয়নভুক্ত কাৰ্যালয় আছে? ২০১৯ চনত ৰাহুল গান্ধীয়ে কৈছিল যে তুৰস্কত আমাৰ এটা ডাঙৰ কাৰ্যালয় থাকিব লাগে।’

Republic Corrigendum pic.twitter.com/dIkaH4Z6JE

— Republic (@republic) May 20, 2025

ৰিপাব্লিক টিভিত এই অনুষ্ঠানটোৰ পিছত বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই নিজৰ এক্স হেণ্ডেলত কয়, “আপোনালোকে জানেনে যে কংগ্ৰেছ দলৰ তুৰস্কত পঞ্জীয়নভুক্ত কাৰ্যালয় আছে? ৰাহুল গান্ধীয়ে ক’ব পাৰিবনে যে এই কাৰ্যালয়ৰ কি প্ৰয়োজন? এইটো বহু স্তৰত আচৰিত আৰু বুজাব নোৱাৰা। ভাৰতে এই তথ্য জানিব বিচাৰে। মনত ৰাখিব: শত্ৰুৰ বন্ধুজনো শত্ৰু।”

উল্লেখ্য যে এই কাণ্ডৰ পাঁচ দিনৰ পাছত ২০ মে’ৰ বিয়লি ৫:৩০ বজাত এক্স বাৰ্তাযোগে ৰিপাব্লিকে এই কাণ্ডৰ বাবে ক্ষমা বিচাৰিছিল।

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd