• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

পুনৰ অগ্নিগৰ্ভা মণিপুৰ : মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ বাতিল অমিত শ্বাহৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 17, 2024 6:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ জ্বলিছে মণিপুৰ। মণিপুৰৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত সংঘটিত হয় হৈছে আক্ৰমণ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ সকলো নিৰ্বাচনী প্ৰচাৰ বাতিল কৰে।

Apply Now

সূত্ৰ অনুসৰি তেওঁ মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা সকলো প্ৰচাৰ সভা বাতিল কৰি দিল্লীলৈ উভতি আহে।

যোৱা ৬ মে’ত জিৰিবাম জিলাৰ এজন নাগৰিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পৰাই মণিপুৰত সৃষ্টি হৈছে আন এক হিংসাৰ অধ্যায়।

২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰায় সমগ্ৰ ৰাজ্যতে মেটেই লোকসকলে প্ৰতিবাদ আৰম্ভ কৰিছে। সেই প্ৰতিবাদ শনিবাৰে নিশা অধিক গুৰুতৰ হৈ পৰে।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ঘৰত আক্ৰমণ চলাইছে উত্তেজিত জনসাধাৰণে। দুৱাৰ ভাঙি মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা কৰে প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। অৱশ্যে আক্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী বাসগৃহত নাছিল বুলি জানিব পৰা গৈছে।

কেৱল মুখ্যমন্ত্রীকে নহয়, তেওঁৰ কেবিনেট মন্ত্রীসকলৰ কেইবাজনৰো বাসগৃহত আন্দোলনকাৰী ৰাইজে আক্রমণ কৰে৷ শনিবাৰে বিয়লিৰ পিছত সমগ্ৰ ইম্ফলত জাৰি কৰা হয় কাৰ্ফিউ। সেনা, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদ বন্ধ কৰিব পৰা নাই।

সূত্ৰ অনুসৰি প্ৰতিবাদী লোক সকলে মুখ্যমন্ত্ৰীৰ জোঁৱাই তথা বিজেপিৰ বিধায়ক আৰ কে ইমো, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী সপম ৰঞ্জন আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী এল সুসিন্দ্ৰ সিঙৰ ঘৰত আক্ৰমণ চলায়। আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে নিশা মুঠ ৮জন লোক আহত হয়।

এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ কৰ্তন কৰিছে। দেওবাৰে বিদৰ্ভত প্ৰচাৰ চলোৱাৰ কথা আছিল। কিন্তু সেই নিৰ্বাচনী সভা বাতিল কৰি নাগপুৰৰ পৰা দিল্লীলৈ উৰা মাৰিলে।

শ্বাহৰ সলনি স্মৃতি ইৰানী আৰু শিৱৰাজ সিং চৌহানে তাত প্ৰচাৰ চলাব।

উল্লেখযোগ্য যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবেই কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিছিল অমিত শ্বাহে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd