DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰত আৰম্ভ কৰিব বিজেপিৰ বৃহৎ নিৰ্বাচনী ৰেলীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2020 5:08 pm
amit-shah-1
442
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ মাজতে বিহাৰত বিজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজাবলৈ সাজু হৈ উঠিছে।

সোমবাৰে বিহাৰৰ ৰাজ্যিক বিজেপিৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে অহা সপ্তাহৰ পৰাই বিহাৰত বিজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজাব।

দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে এই নিৰ্বাচনী ৰণশিঙা আৰম্ভ কৰিব ভাচুৱেলি। অৰ্থাৎ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গৃহ মন্ত্ৰী অমিত শ্বাহে আৰম্ভ কৰিব বিহাৰত বিজেপিৰ এক বৃহৎ নিৰ্বাচনী ৰেলীৰ।

বিহাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি সঞ্জয় জয়চোৱালে কয় যে ৰাজ্যখনৰ ২৪৩ টা বিধান সভা সমষ্টিৰ অন্ততঃ এক লাখ লোকে এই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভাষণ শুনিব পাৰিব।

‘আগন্তুক বিহাৰ বিধান সভা নিৰ্বাচনৰ বাবে এই ভাৰ্চুৱেল ৰেলীক এক শুভাৰম্ভণি বুলি ক’ব পাৰি। ৯ জুনত গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ আৰম্ভণি কৰিব। ইয়াৰ পিছতে একে ধৰণৰ ৰেলীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডায়ো অংশগ্ৰহণ কৰিব। নাড্ডাই দুটা পৰ্যায়ত ৰাজ্যখনৰ দক্ষিণ আৰু উত্তৰ খণ্ডৰ লোকসকলক সম্বোধন কৰিব।’ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়।

চলিত বৰ্ষৰ শেহৰফালে বিহাৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

উল্লেখ্য যে বিজেপিয়ে মাজতে ৪ টা বছৰ(২০১৩-১৭) বাদ দি জে ডি(ইউ)ৰ নীতিশ কুমাৰৰ চৰকাৰৰ সৈতে ২০০৫ৰ পৰাই অংশগ্ৰহণ কৰি আহিছে।

বিহাৰ উপ মুখ্যমন্ত্ৰী তথা বিহাৰ বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়েও বিজেপিৰ ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰেলী কৰাৰ পোষকতা কৰি আহিছে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd