• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৩ জানুৱাৰিত মেঘালয়লৈ অমিত শ্বাহ; আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগ উত্থাপন কৰিব মুখ্য মন্ত্ৰী চাংমাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 14, 2021 3:56 pm

1 min read

২৩ জানুৱাৰিত মেঘালয়লৈ অমিত শ্বাহ; আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগ উত্থাপন কৰিব মুখ্য মন্ত্ৰী চাংমাই
132
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২৩ জানুৱাৰিত পাহাৰীয়া ৰাজ্য মেঘালয় ভ্ৰমণলৈ আহিব।

গৃহ মন্ত্ৰী অমিত শ্বাহৰ মেঘালয় ভ্ৰমণৰ সময়তে মুখ্য মন্ত্ৰী কনৰাড চাংমাই অমিত শ্বাহৰ সৈতে আন্তঃৰাজ্যিক পাৰপত্ৰ সম্বন্ধে আলোচনা কৰিব।

শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্টাৰ্ণ কাউন্সিলৰ বৈঠকত সভাপতিত্ব কৰাৰ উদ্দেশ্যে অমিত শ্বাহ ২৩ জানুৱাৰিত মেঘালয়লৈ আহিব।

মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সে মেঘালয়ত ৰাজ্য চৰকাৰে সুকীয়াকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিব বিচৰা প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

‘‘যদিহে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মেঘালয় ভ্ৰমণলৈ আহে তেন্তে আমি তেওঁক শ্বিলঙত সাক্ষাৎ কৰিম,’’ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এইদৰে কয়।

ইপিনে, যদিহে কিবা কাৰণত গৃহ মন্ত্ৰী গৰাকীৰ মেঘালয় ভ্ৰমণ বাতিল হ’য় তেতিয়া তেওঁ দিল্লীলৈ গৈ শ্বাহক সাক্ষাৎ কৰিব আৰু বিষয়টো উত্থাপন কৰিব।

মেঘালয় বিধানসভাই বিগত বৰ্ষতে সুকীয়াকৈ ৰাজ্যখনত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কেন্দ্ৰ চৰকাৰৰ দ্বাৰা এইক্ষেত্ৰত কোনোধৰণৰ উত্তৰ নহাত ৰাজ্যখনৰ বিভিন্ন গোটৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd