• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবাধ্য ঐশ্বৰ্য, ফল ভূগিলে অভিষেকে! কন্যা শ্বেতাক বিশাল সম্পত্তি উপহাৰ দিলে অমিতাভে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2023 3:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি অভিনেতা অমিতাভ বচ্চন বাৰে বাৰে বিভিন্ন বিষয়ত চৰ্চালৈ আহে। কিন্তু কেইবাদিনো ধৰি পাৰিবাৰিক নানা ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁ আৰু অধিক চৰ্চালৈ আহিছে। শেহতীয়াকৈ তেওঁ কন্যা শ্বেতা বচ্চনক জুহুৰ বাংলো ‘প্ৰতীক্ষা’ উপহাৰ দিছে।

বাতৰি অনুসৰি, যোৱা ৮ নৱেম্বৰত এখন উপহাৰৰ দলিল স্বাক্ষৰিত হয় আৰু ৫০.৬৫ লাখ টকা প্ৰদান কৰা হয়। এই বাংলোটো বিঠাল নগৰ সমবায় গৃহ নিৰ্মাণ সমিতিৰ অন্তৰ্গত। এইটো দুটা প্লটেৰে গঠিত।

সূত্ৰ অনুসৰি প্লট দুটাৰ আয়তন প্ৰায় ৮৯০.৪৭ বৰ্গমিটাৰ আৰু ৬৭৪ বৰ্গমিটাৰ। আৰু সেই সম্পত্তিৰ মূল্য প্ৰায় ৫০ কোটি টকা। ‘প্ৰতীক্ষা’ অমিতাভ বচ্চনৰ ঘৰ ‘জলচা’ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত।

Apply Now

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অমিতাভ বচ্চনে প্ৰথমে ঘৰটো ক্ৰয় কৰিছিল। অভিনেতাগৰাকীয়ে পিতৃ-মাতৃ, কিংবদন্তি কবি হৰিবংশ ৰায় বচ্চন আৰু তেজী বচ্চনৰ সৈতে তাতেই বাস কৰিছিল। আৰু ঘৰটোৰ নামো কিংবদন্তি কবি অৰ্থাৎ অমিতাভ বচ্চনৰ পিতৃয়ে ৰাখিছিল।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ কৌন বনেগা কোৰপতিৰ চতুৰ্দশ ছিজনত অমিতাভ বচ্চনে ঘৰটোৰ বিষয়ে মুকলিকৈ কৈছিল। তেওঁ কয় যে এই নামটো মোৰ দেউতাই দিছিল আৰু দেউতাৰ কবিতাটোত এটা শাৰী আছে যত লিখা আছে, ‘সকলোৰে বাবে ইয়াত স্বাগতম নহয়, কোনো কোনোৰ বাবে প্ৰতীক্ষাও আছে’। এই ঘৰটো মুম্বাইত অতি জনপ্ৰিয়।

 

View this post on Instagram

 

A post shared by S (@shwetabachchan)

কন্যা শ্বেতা বচ্চনৰ সৈতে অমিতাভ বচ্চনৰ সম্পৰ্ক সদায় বহুত ভাল। ছোৱালীজনীক লৈ অতি গৌৰৱ অনুভৱ কৰে অভিনেতাগৰাকীয়ে। কিংবদন্তি অভিনেতাগৰাকীৰ জন্মদিনত শ্বেতাই ছ’চিয়েল মিডিয়াত পিতৃৰ সৈতে কিছু সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰে। আৰু ইনষ্টাগ্ৰামত সকলোৱে সেয়া ভাল পাইছিল। এটা পোষ্টত লিখা আছিল, ‘৮১ বছৰীয়া জন্মদিনৰ শুভেচ্ছা দেউতা। প্ৰণাম। তোমাৰ ঠাই কোনেও কেতিয়াও পূৰণ কৰিব নোৱাৰে।’

জন্মদিনৰ অনুষ্ঠানৰ পৰা আন এখন ছবি শ্বেয়াৰ কৰি শ্বেতা বচ্চন নন্দাই লিখিছে, ‘তুমি সদায় প্ৰেমেৰে পৰিবেষ্টিত হৈ থাকা।’

অৱশ্যে কেইবাদিনো ধৰি শুনা গৈছে যে ঐশ্বৰ্যৰ সৈতে বচ্চন পৰিয়ালৰ বহুখিনি সমস্যা চলি আছে। বচ্চন বোৱাৰী ‘জলচা’তো নাথাকে। ইয়াৰ মাজতে এই খবৰে আকৌ নতুন চৰ্চা আৰম্ভ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd