• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিলেখ! ৫৭হাজাৰ টকাৰ কম্পিউটাৰ বিক্ৰী হ’ল প্ৰায় ১৩কোটি টকাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 1:58 pm

1 min read

Apple-1-1-696x392
167
VIEWS
Share on FacebookShare on Twitter

প্ৰযুক্তিৰ জগতত অভিনৱ ঘটনা সংঘটিত হোৱাটো তেনেই স্বাভাৱিক। কিয়নো ইয়াত নিত্য নতুন আৱিষ্কাৰৰ কাহিনীও কোনো আচৰিত কথা নহয়।

এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জৱছে প্ৰস্তুত কৰা এটা কম্পিউটাৰৰ দাম আছিল ৫৬হাজাৰ টকা।

সেই কম্পিউটাৰটো এতিয়া ই-কমাৰ্ছ ৱেবছাইট ইবেত ১.৫মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩ কোটি টকাত বিক্ৰী কৰা হৈছে।

প্ৰযুক্তি সম্পৰ্কীয় ৱেবছাইট গেজেট নাও ৱে এক প্ৰতিবেদনত জানিবলৈ দিয়ে যে বিক্ৰী হ’ব খোজা কম্পিউটাৰটোৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে (১৯৭৬চনত) এপ’লৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ অ’জনিয়াকো জড়িত আছিল।

এই মডেলৰ কম্পিউটাৰেই গ্ৰাহকৰ ওচৰত বিক্ৰী হোৱা প্ৰথম এপ’লৰ সামগ্ৰী। ১৯৭৭চনত বিক্ৰী বন্ধ হোৱাৰ পূৰ্বে এপ’ল-১ কম্পিউটাৰটোৰ মাত্ৰ ২০০ য়ুনিট এপ’লে নিৰ্মাণ কৰিছিল।

সেই সময়ত ইয়াৰ দাম আছিল ৬৬৬.৬৬ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৭হাজাৰ টকা।

ইবে জানিবলৈ দিয়ে যে এপ’ল-১ কম্পিউটাৰটোৰ ক্ৰেতাক মূল গৰাকীৰ মেনুৱেল, স্কিমাটিক্স, বেছিক মেনুৱেল, ক্যেছেট ইন্টাৰফেচ তথা গাইডৰ ডিজিটেল ফৰ্মেট দিয়া হ’ব।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd