• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এল অ’ চিত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰে গুলিচালনা; এগৰাকী ভাৰতীয় সেনা শ্বহীদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 12:42 pm

1 min read

এল অ’ চিত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰে গুলিচালনা; এগৰাকী ভাৰতীয় সেনা শ্বহীদ
211
VIEWS
Share on FacebookShare on Twitter

লাইন অফ কন্ট্ৰোলত পাকিস্তান সেনা যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে দুগৰাকী জোৱান আঘাতপ্ৰাপ্ত হয়।

বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ভাৰত-পাকিস্তান সীমান্তত পাকিস্তান সেনাই কৰা গুলিচালনাত ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী শ্বহীদ হয়।

আনহাতে, আঘাতপ্ৰাপ্ত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাক সেনা বিষয়াও আছে।

বৰ্তমান কাশ্মীৰৰ সেনা চিকিৎসালয়ত আঘাতপ্ৰাপ্ত বিষয়া আৰু জোৱান গৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

কেন্দ্ৰই উল্লেখ কৰা অনুসৰি চলিত বৰ্ষত পাকিস্তান সেনাই সীমান্তত ৩,১৮৬ বাৰ যুদ্ধবিৰতি উলংঘন কৰি গুলিচালনা সংঘটিত কৰিছে।

মূলত সন্ত্ৰাসবাদীক ভাৰত ভূমিলৈ পঠোৱাবৰ বাবে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত গুলিচালনা কৰে।

২০১৯ বৰ্ষৰ আগষ্ট মাহৰ পৰা ২০২০ বৰ্ষৰ আগষ্ট মাহলৈ পাকিস্তানৰ পৰা সীমা অতিক্ৰম কৰি মুঠ ১৭৬ বাৰ সন্ত্ৰাসবাদীয়ে ভাৰত ভূমিত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল বুলি সদনত কেন্দ্ৰ চৰকাৰে তথ্য দাঙি ধৰে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd