DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ৰক্ষণশীলতাক বৃদ্ধাংগুষ্ঠ ইৰাণৰ ডবা খেলুৱৈৰ

ইৰাণৰ কৰ্তৃপক্ষই অব্যাহত থকা হিজাব বিৰোধী আন্দোলনক দমন কৰি আহিছে। HRANA ৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰলৈকে এই প্ৰতিবাদত ৬৯টি শিশুকে ধৰি ৫০৭ জন লোকৰ মৃত্যু হৈছে । লগতে প্ৰতিবাদী জনতাৰ হাতত নিৰাপত্তাৰক্ষীৰ ৬৬ জন সদস্যও নিহত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 8:45 am
84
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিপ্লৱী ইতিহাসৰ বুকুত নাম খোদিত কৰি ইৰাণৰ সাহসী নাৰীসকলে এতিয়াও কৰি আছে হিজাববিৰোধী প্ৰতিবাদ। শ শ বিপ্লৱীয়ে প্ৰাণ দিছে নাৰীমুক্তিৰ বাবে। প্ৰাণ দিছে ৰক্ষণশীলতা নিঃশেষ কৰাৰ বাবে।

এইবাৰ হিজাব পৰিধান নকৰাকৈ ইৰাণৰ এগৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবাখেলত।

এই তৰুণীগৰাকীয়ে হিজাব পৰিধান নকৰাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবাখেলি বৃদ্ধাংগুষ্ঠ দেখুৱালে ইৰাণৰ ৰক্ষণশীল চৰকাৰক। এই তৰুণ খেলুৱৈগৰাকীৰ নাম ছাৰা খাদেম।

উল্লেখ্য যে কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হোৱা ফিডে ৱৰ্ল্ড ৰেপিড এণ্ড ব্লিটজ চেছ চেম্পিয়নশ্বিপত ছাৰা খাদেমে হিজাব নোহোৱাকৈ অংশগ্ৰহণ কৰিছিল।

ইৰাণত চলি থকা প্ৰতিবাদত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহুতে হিজাব খুলি জুই লগাই দিয়াও দেখা গৈছে। ইৰাণৰ একাংশ খেলুৱৈ আৰু মহিলাই এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।

ইৰাণৰ কৰ্তৃপক্ষই অব্যাহত থকা হিজাব বিৰোধী আন্দোলনক দমন কৰি আহিছে। HRANA ৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰলৈকে এই প্ৰতিবাদত ৬৯টি শিশুকে ধৰি ৫০৭ জন লোকৰ মৃত্যু হৈছে । লগতে প্ৰতিবাদী জনতাৰ হাতত নিৰাপত্তাৰক্ষীৰ ৬৬ জন সদস্যও নিহত হৈছে।

অৱশ্যে চৰকাৰী বিষয়াসকলে কোৱা মতে এই পৰ্যন্ত নিৰাপত্তা বাহিনীৰ সদস্যকে ধৰি ৩০০ জন লোকৰ মৃত্যু হৈছে।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd