• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলিগড়ৰ জামা মছজিদৰ ঠাইত বৌদ্ধ, জৈন, হিন্দু মন্দিৰ আছিল- দাবী আৰটিআই কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2025 7:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলিগড়ৰ জামা মছজিদ সন্দৰ্ভত তথ্যৰ অধিকাৰৰ এজন কৰ্মীয়ে আলিগড় ছেচন আদালতত আবেদন দাখিল কৰি কয় যে প্ৰায় ৩০০ বছৰ পূৰ্বে মোগল যুগৰ শেষৰ ফালে নিৰ্মাণ কৰা এই মছজিদটো বৌদ্ধ মন্দিৰ, জৈন মন্দিৰ আৰু হিন্দু মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছে। পণ্ডিত কেশৱ দেও গৌতম নামৰ এজন ব্যক্তিয়ে আলিগড় পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰি তথ্যৰ অধিকাৰ আইনৰ আধাৰত গোচৰ ৰুজু কৰে।

তেওঁ সাংবাদিকৰ আগত কয় যে,  “আদালতে এই গোচৰৰ শুনানিৰ দিন ১৫ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে। জামা মছজিদৰ উৎস বিচাৰি চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ তথ্য জানিব বিচাৰিছো। ঐতিহাসিক তথ্য অনুসৰি ১৮ শতিকাৰ একেবাৰে আৰম্ভণিতে এই মছজিদটো নিৰ্মাণ কৰা হৈছিল। মহানগৰীৰ উত্তৰ কোট অঞ্চলত অৱস্থিত এই মছজিদটো। এই প্ৰাচীন চহৰখন ঘন জনবসতিপূৰ্ণ মুছলমান প্ৰধান অঞ্চল।”

Apply Now

গৌতমে দাবী কৰে যে আলিগড় পৌৰ নিগমে চৰকাৰী অনুমোদন অবিহনে চৰকাৰী ভূমিত মছজিদ নিৰ্মাণ কৰা বুলি কয়। এই তথ্যৰ ওপৰত আলোকপাত কৰি তেওঁ জামা মছজিদ পৰিচালনা সমিতিক অবৈধ ঘোষণা কৰিবলৈ আদালতক অনুৰোধ জনায়। চৰকাৰী ভূমিত নিৰ্মিত এই মছজিদটো অনতিপলমে দখল কৰিবলৈ চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে, ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত কৈছিল যে ধৰ্মস্থান আইনৰ বৈধতাৰ চূড়ান্ত ৰায় গৃহীত নোহোৱালৈকে কোনো নিম্ন আদালতে কোনো অট্টালিকাৰ ধৰ্মীয় চৰিত্ৰ নিৰ্ণয়ৰ গোচৰ ল’ব নোৱাৰে। আনকি উচ্চতম ন্যায়ালয়েও এনে গোচৰত অন্তৱৰ্তীকালীন বা চূড়ান্ত নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকিবলৈ সকলো আদালতক নিৰ্দেশ দিছিল। কোনো ধৰ্মীয় স্থানক লৈ হোৱা বিবাদত জৰীপৰ নিৰ্দেশ দিয়াতো উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰে। যাৰ পৰিপ্ৰেক্ষিতত এলাহাবাদ উচ্চ ন্যায়ালয়ে সম্ভলত জামা মছজিদ গোচৰৰ শুনানি ২৫ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd