DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আনন্দ মিশ্ৰক সহকাৰী মহা পৰিদৰ্শক(ক্ৰীড়া) ৰূপে নিযুক্তি

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 22, 2022 8:03 pm
Anand Mishra
161
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি দিয়া হৈছে।

অসম আৰক্ষীত নতুনকৈ সৃষ্টি কৰা হৈছিল এই সহকাৰী মহাপৰিদৰ্শক পদবী।

এতিয়াৰ পৰা আৰক্ষীৰ ক্ৰীড়া ক্ষেত্ৰৰ বিশেষ দায়িত্বত থাকিব আনন্দ মিশ্ৰ।

নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাৰ প্ৰতিবেদন দাখিলৰ পাছতে আৰক্ষী সঞ্চালক কাৰ্য্যালয়লৈ মাতি অনা হৈছিল আনন্দ মিশ্ৰক।

উল্লেখযোগ্য যে, নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰক লৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দিয়া প্ৰতিবেদনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমৰ আগত কীৰ্তিকমল নিৰ্দোষী নহয় বুলি দাবী কৰিছিল আনন্দ মিশ্ৰই।

আনকি ড্ৰাগছ মাফিয়াৰে কীৰ্তিকমলৰ সম্পৰ্ক থাকিব পাৰে বুলি দাবী কৰিছিল মিশ্ৰই।

তাৰ পাছতে নগাঁওৰ পৰা বদলি কৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ অনা হৈছিল আনন্দ মিশ্ৰক।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে দাখিল কৰা প্ৰতিবেদনৰ প্ৰত্যাহ্বান জনোৱাৰ শাস্তি হিচাপে বহু দিন আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ত কৰ্মৰত আছিল যদিও বিশেষ পদত নিযুক্তি দিয়া হোৱা নাছিল মিশ্ৰক।

অৱশেষত অসম আৰক্ষীয়ে নতুনকৈ সৃষ্টি কৰা সহকাৰী মহা পৰিদৰ্শক (ক্ৰীড়া) পদত নিযুক্তি দিয়া হ’ল মিশ্ৰক।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd