• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদগৰাকীয়ে নিজৰ পৰিচয় ব্যৱহাৰ কৰি অভিযুক্তক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে নিহতৰ পৰিয়ালৰ লোকে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2026 11:04 am
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংসদৰ পুত্ৰৰ গাড়ীয়ে ২৬ বছৰীয়া এগৰাকী যুৱতীক মহতিয়াই নিয়ে। যুৱতীগৰাকীৰ মৃত্যু হয়। এই ঘটনাত সাংসদগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই পৰিস্থিতিতো সাংসদগৰাকীয়ে নিজৰ পুত্ৰক সপক্ষে মাত মাতিছে।

অভিযুক্তৰ পিতৃয়ে দাবী কৰে যে তেওঁৰ পুত্ৰই অলপো সময় নষ্ট নকৰি আহতক চিকিৎসালয়লৈ লৈ গৈছিল। আনকি তেওঁ নিজেই এই দুৰ্ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে। সাংসদগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ ২১ বছৰীয়া পুত্ৰই তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

Apply Now

উল্লেখ্য যে হায়দৰাবাদত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। ১৬ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ লিংগামনেনী ৰমেশৰ (জনসেনা পাৰ্টি) পুত্ৰই যুৱতীগৰাকীক মহতিয়াই নিছিল। পিছত আহত যুৱতীগৰাকীৰ মৃত্যু হয়।

২১ বছৰীয়া পুত্ৰৰ এই জঘন্য কাৰ্যক ঢাকি ৰাখিবলৈ ছ’চিয়েল মিডিয়াত এটা পোষ্টত সাংসদগৰাকীয়ে কয় যে আমি শোকসন্তপ্ত পৰিয়ালটোক সকলো ধৰণৰ সহায় আগবঢ়াম।’ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয় যে, ‘এই কাণ্ডৰ পৰিস্থিতি সন্দৰ্ভত সকলোকে কোনো ধৰণৰ পূৰ্ব ধাৰণা বা অনুমান নাৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।’

সাংসদগৰাকীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত তেওঁৰ পুত্ৰই এষ্টন মাৰ্টিন গাড়ীখন চলাই গৈছিল। তেওঁৰ ভাষাত, ‘দুৰ্ঘটনাটোৰ পিছত মোৰ ল’ৰাটোৱে আহত ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গ’ল। কোনো সময় নষ্ট নকৰিলে। ইয়াৰ পিছত তেওঁ নিজেই আৰক্ষীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। প্ৰয়োজনীয় সকলো তথ্য দিলে।’

ইয়াৰ সমান্তৰালকৈ সাংসদগৰাকীয়ে লগতে কয় যে চিকিৎসা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ সময়ত তেওঁৰ পুত্ৰই কোনো ধৰণৰ মদ্যপান কৰা নাছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ ভাষাত ‘এটা গোচৰ ৰুজু হৈছে। মোৰ ল’ৰাটোৰ তিনিটা শাৰীৰিক পৰীক্ষা কৰা হৈছিল। ৰিপৰ্ট নিগেটিভ আহিছিল। তদন্ত অব্যাহত আছে। আমি তদন্তকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছো।’

সাংসদগৰাকীয়ে নিজৰ পৰিচয় ব্যৱহাৰ কৰি অভিযুক্তক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে নিহতৰ পৰিয়ালৰ লোকে। এই প্ৰসংগত সাংসদগৰাকীয়ে কয়, ‘এই বিষয়ত একো লুকুৱাই ৰখা হোৱা নাই। আমিও আইনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা নাই। আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd