• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 11:52 am

1 min read

New-Project-20
134
VIEWS
Share on FacebookShare on Twitter

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বাৰ্ডফ্লুৰ সংহাৰ চলিছে।

এনে পৰিস্থিতিত বহু ৰাজ্যত ব্যাপক হাৰত চলিছে হাঁহ-কুকুৰা নিধন অভিযান।

বহু ৰাজ্যই আকৌ আন ৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানি বন্ধ কৰিছে।

ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে হাঁহ-কুকুৰা পালকসকল।

বহু ঠাইত পানীৰ দৰত বিক্ৰী হৈছে হাঁহ-কুকুৰা। কিন্তু বাৰ্ডফ্লুৰ  এনে সংহাৰৰ মাজতো এখন ৰাজ্যত কুকুৰাৰ চাহিদা কমক চাৰি বেছিহে হোৱা দেখা গৈছে।

যিটো সময়ত বহু ৰাজ্যত কুকুৰাৰ গোটে প্ৰতি দাম প্ৰায় ৩০-৪০ টকা হৈছে সেই সময়তে অন্ধ্ৰপ্ৰদেশত কুকুৰাৰ মাংস বিক্ৰী হৈছে ১০০০ টকাত।

ক’ৰৱাত আকৌ দাম ২০০০ টকা পৰ্যন্তও হৈছে। অন্ধ্ৰপ্ৰদেশত এনেদৰে কুকুৰাৰ চাহিদা হঠাতে বৃদ্ধি পোৱাৰ কাৰণটো হৈছে ৰাজ্য খনত প্ৰতি বছৰে মাঘ মাহত কুকুৰা যুঁজ অনুষ্ঠিত কৰি অহা হয়।

কৃষ্ণা, গোদাৱৰী,গুণ্টুৰ আদি জিলাৰ লগতে ৰাজ্যখনৰ সকলো ঠাইতে এতিয়া পূৰ্ণোদ্যমে চলিছে কুকুৰা যুঁজ।

সেয়ে স্থানীয় কুকুৰাৰ চাহিদা হঠাতে বাঢ়ি গৈছে। কুকুৰাৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেই অন্ধ্ৰপ্ৰদেশত এতিয়া কুকুৰাৰ দাম কেজিয়ে প্ৰতি কমেও ১০০০ টকা হৈছে।

কুকুৰা যুঁজ অন্ধ্ৰপ্ৰদেশৰ পৰম্পৰাগত খেল।

মাঘ মাহত এই যুঁজ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত কৰা হয়।সেয়ে এই সময়ছোৱাত দক্ষিণৰ ৰাজ্য সমূহত কুকুৰাৰ চাহিদা বাঢ়ে আৰু দামো বৃদ্ধি পায়।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd