• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে ক’ৰ’না পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 14, 2021 5:09 pm

1 min read

বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে ক’ৰ’না পজিটিভ
596
VIEWS
Share on FacebookShare on Twitter

বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। স্কটিছ মিডিয়াই আজি এই কথা জনাইছে।

স্কটিছ মিডিয়াই নিজৰ মন্তব্যত কয় যে বৰ্তমান মাৰেৰ স্বাস্থ্যৰ অৱস্থা ভাল। তেওঁ নিজকে আইছ’লেট কৰিছে আৰু অতি শীঘ্ৰে সুস্থ হৈ উঠি অহা মাহত হ’বলগীয়া অষ্ট্ৰেলিয়ান অপেনত অংশ ল’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে দুসপ্তাহ পূৰ্বে ক’ৰ’না মহামাৰীৰ বাবে ফ্ল’ৰিডাত হ’বলগীয়া ৱালে ডেৰেল বীচ অ’পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল।

পৰম্পৰাগত তাৰিখতকৈ তিনি সপ্তাহ পলমকৈ হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱালিফায়াৰ এইবাৰ দোহা আৰু ডুবাইত অনুষ্ঠিত হৈছে।

৮ ফেব্ৰুৱাৰিৰ পৰা হ’বলগীয়া বছৰৰ প্ৰথমটো গ্ৰেণ্ডশ্লেমৰ বাবে ১৬ জন পুৰুষ আৰু ১৬ গৰাকী মহিলা কোৱালিফায়াৰ শ্বাৰ্টাৰ্ড বিমানেৰে অষ্ট্ৰেলিয়াত উপস্থিত হ’ব।

এই টুৰ্ণামেণ্টত অংশল’বলগীয়া প্ৰতিগৰাকী খেলুৱৈয়ে ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ নিয়ম প্ৰৱৰ্তন কৰাৰ বাবেই তিনিসপ্তাহ পলমকৈ টুৰ্ণামেণ্টখন আৰম্ভ হ’ব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd