• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তেজিত জনতাৰ ক্ষোভ, ৰাজপথতে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক

by
February 23, 2019 7:53 am
ভূক্তভোগী পৰিয়ালটোৰ আলোকচিত্ৰ

ভূক্তভোগী পৰিয়ালটোৰ আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰাত সংঘটিত হোৱা এটা শোকাৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।ঘটনাৰ বিৱৰণী মতে শুকুৰবাৰে গোৱালপাৰা চহৰৰ সদা ব্যস্ত ঈদগাহ ময়দানৰ ওচৰত এখন বালি কঢ়িওৱা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী কণমাণি শিশুক মহটিয়াই লৈ যায়।

মৃত্যুহোৱা শিশুটো হাফেজ আলি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত শিশুটোৰ শৰীৰৰ ওপৰৰ অংশ কঁকালৰ নিম্ন অংশৰ পৰা সম্পুৰ্ণৰূপে বিছিন্ন হৈ পৰে।

Apply Now

হঠাৎ হোৱা দুৰ্ঘটনাটোত হতভম্ভ হৈ পৰা শিশুটোৰ অভিভাৱকে তেজেৰে লুতুৰি-পুতুৰিহৈ পথৰ দাতিত পৰি থকা দুৰ্ভগীয়া শিশুটোৰ নিথৰ দেহটোৰ ওচৰত কান্দি কান্দি শোকত ম্ৰিয়মান হৈ পৰে।

ঘটনাস্থলীত সমবেত জনতাই ট্ৰাক চালক আৰু সহযোগীজনক ধৰিবলৈ চেষ্টা কৰে যদিও দুয়োজনে পলাই সাৰিবলৈ সক্ষম হয়। চালকজনক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱা উত্তেজিত ৰাইজে ক্ষোভত ফাটি পৰি ৰাজপথতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১৮-১৬৫৩ নম্বৰৰ ট্ৰাকখন জ্বলাই দিয়ে।

 

উত্তেজিত ৰাইজে জ্বলাই দিয়া ট্ৰাকখনৰ ফটো

 

আনহাতে, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে। কিন্তু তেতিয়ালৈ ট্ৰাকখন প্ৰায় ভস্মীভূত হৈছিল।

উল্লেখযোগ্য যে, গোৱালপাৰা চহৰত বালি কঢ়িওৱা ট্ৰাকে পদচাৰীৰ প্ৰাণ লোৱা ঘটনা  প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা নাই। সময়ে সময়ে ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে পদচাৰীৰ দুৰ্ঘটনাত মৃত্যু হৈ আহিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd