DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনিমেষ ভূঞা হত্যাকাণ্ড: জানুৱাৰীত শক্তিশালী অভিযোগপত্ৰ দাখিল কৰিব আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2021 6:50 pm
Animesh Bhuyan lynching
390
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা অনিমেশ ভূঞা লিঞ্চিং গোচৰৰ অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে জানুৱাৰীত শক্তিশালী অভিযোগপত্ৰ দাখিল কৰা হ’ব। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি এই কথা সদৰী কৰিছে।

জিপি সিঙে যোৰহাট ভ্ৰমণৰ সময়ত কয় যে গোচৰটোৰ তদন্ত সঠিক পথত আছে আৰু সকলো দিশৰ তদন্ত কৰা হৈছে।

তেওঁ লগতে কয় যে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ পৰ্যাপ্ত সাক্ষী আছে। সাধাৰণ ৰাইজৰ লগতে ভুক্তভোগীসকলক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীসকলো ঘটনাৰ সাক্ষী হিচাপে আছে বুলি তেওঁ কয়।”

“আনকি আমাৰ ওচৰত চিচিটিভি ফুটেজ আছে আৰু প্ৰমাণ হিচাপে ফোন জব্দ কৰা হৈছে।” তেওঁ লগতে কয়।

জ্যেষ্ঠ আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি সকলো ফুটেজ আৰু জব্দ কৰা সামগ্ৰী ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো ১০-১২ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

সিঙে লগতে কয়, “জানুৱাৰীৰ প্ৰথম সপ্তাহত আমি এক শক্তিশালী অভিযোগপত্ৰ দাখিল কৰিবলৈ সক্ষম হ’ম।”

উল্লেখ্য যে ২৯ নৱেম্বৰত যোৰহাট চহৰত এক উচ্ছৃংখল জনতাৰ আক্ৰমণত অনিমেষ ভূঞাৰ মৃত্যু হোৱাৰ লগতে এজন স্থানীয় সাংবাদিক আৰু এজন যুৱক আহত হয়।

আছু নেতা অনিমেশ ভূঞা আৰু সাংবাদিক মৃদুমন্ত বৰুৱাক আক্ৰমণ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd