• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপই মিত্ৰতা ভংগ কৰি সময়োপযোগী আৰু উচিত পদক্ষেপ লৈছে : প্ৰমীলাৰাণী ব্ৰহ্ম

অগপই মিত্ৰতা ভংগ কৰিলেও চৰকাৰ নাভাঙে : হাগ্ৰামা মহিলাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 7, 2019 9:48 pm
pramila rani brahma

প্ৰমীলাৰাণী ব্ৰহ্মৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অগপই এইটো সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা বুলি মই ভাবো। তেওঁলোকে উচিত পদক্ষেপ লৈছে।‘ অগপৰ সভাপতি অতুল বৰাই দিল্লীত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই বি পি এফ নেত্ৰী তথা ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই মন্তব্য কৰে।

উল্লেখ্য যে, অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অৱশেষত জেপিচিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন দাখিল কৰাৰ দিনাই অগপ নেতৃত্বই মিত্ৰতা ভংগৰ কথা ঘোষণা কৰিছিল।

Apply Now

অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে অগপ দলক ধন্যবাদ জ্ঞাপন কৰি ব্ৰহ্মই লগতে কয় ‘ৰাইজৰ আহ্বান অগপই শুনিলে। অসমৰ জনসাধাৰণৰ আহ্বানক সহাৰি জনাইছে অগপই।‘

ইপিনে, অসমৰ ৰাইজে আঞ্চলিকতাবাদী শক্তি এটাক পুনৰ ক্ষমতালৈ অহাটো বিচাৰে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত আওপকীয়াকৈ স্বীকাৰ কৰে মন্ত্ৰী ব্ৰহ্মই।

‘এটা আঞ্চলিকতাবাদী শক্তি হিচাপে অগপক অসমৰ ৰাইজে মনে-প্ৰাণে বিচাৰে। অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰি অহা দল এটাৰ প্ৰয়োজন আছে বুলি মই ভাবো।‘ এই মন্তব্য প্ৰমীলাৰাণী ব্ৰহ্মৰ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ ‘ইচ্ছ্যু’টোৱে বি টি এ ডি এলেকাত প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে বি পি এফৰ মন্ত্ৰীগৰাকীয়ে।

‘বি পি এফে এতিয়ালৈকে বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ কথা চিন্তা কৰা নাই, কাৰণ বি টি এ ডি এলেকাত এই ইচ্ছ্যুটো আমি লোৱা নাই। বি টি এ ডি এলেকাত এই বিলখনে ইমানকৈ প্ৰভাৱ নেপেলায়।‘ আমাৰ সাংবাদিকক এইদৰে কয় ব্ৰহ্মই।

তেওঁ লগতে কয় ‘১৯৭১ চনৰ পূৰ্বে অহা লোকসকলক চৰকাৰে নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো। কিন্তু ১৯৭১ চনৰ পাছত যিসকল আহিছে, সেইসকলক নাগৰিকত্ব প্ৰদান কৰাটো যুক্তিসংগত নহয়।‘

ইফালে প্ৰমীলা ৰাণী ব্ৰহ্মই অগপৰ মিত্ৰতা ভংগৰ শলাগ ল’লেও বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা ভংগৰ প্ৰসংগত আগবঢ়ায় সম্পূৰ্ণ বিপৰীত ভাষ্য।

‘অগপই মিত্ৰতা ভংগ কৰিলেও একো ক্ষতি নহয়, চৰকাৰ নাভাঙে। আমি আছো বিজেপিৰ লগত। লোকসভা নিৰ্বাচনত মিত্ৰতা ভংগই প্ৰভাৱ নেপেলায়। বিধেয়কৰ প্ৰভাৱ বি টি চিত নপৰে’। এই মন্তব্য বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০১৬ চনৰ পৰা প্ৰায় আঢ়ৈ বছৰ ধৰি বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি অহা অগপ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ সিদ্ধান্তত অটল থকা বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা বিষয়টোৱে অসমৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd