• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচুপি উঠিল নেতা : অগপত আৰম্ভ বিভাজন; দল পুনৰ গঠনৰ প্ৰস্তুতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2019 4:19 pm
f74a22be-0a98-4ffa-9002-01eaae1674d7

অগপক পুনৰ গঠনৰ সংকল্পেৰে গুৱাহাটীত বৃহস্পতিবাৰে বিদ্ৰোহী নেতাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ পুনৰ গঠন কৰিব তৃণমূল কৰ্মী আৰু নেতাই। বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত অগপৰ তথ্য বিভাগৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডঃ অশ্বিন কুমাৰ মহন্তই এই কথা সদৰী কৰে।

তেওঁ কয়, “বিজেপিৰ সৈতে মিতিৰালি কৰা কোনো নেতাকে নামানে তৃণমূল কৰ্মীয়ে। দলৰ বৃহত্তৰ স্বাৰ্থত অগপক পুনৰ উদ্ধাৰ কৰিব তৃণমূল কৰ্মীয়ে।‘’

Apply Now

‘’কুমাৰ দীপক দাসৰ অকলে নিৰ্বাচন খেলাৰ সাহস নাই নেকি?’’ সংবাদমেলত এইদৰে প্ৰশ্ন উত্থাপন কৰে ডঃ অশ্বিন কুমাৰ মহন্তই।

“অহা ৭ এপ্ৰিলত গুৱাহাটীৰ গণেশগুৰিৰ গণেশ উদ্যান প্ৰাংগণত একত্ৰিত হ’ব শতাধিক অগপৰ তৃণমূল কৰ্মী। দলৰ সংবিধান অগপৰ কেইজনমান নেতৃত্বই মনা নাই। গতিকে অগপৰ তৃণমূল কৰ্মীয়েও নামানে দলৰ সংবিধান। অগপৰ অস্তিত্ব বিপন্ন হ’ব দিয়া নহয়,’’- মহন্তই কয়।

মহন্তই লগতে কয়, “অসমৰ সকলো স্তৰৰ বৰ্ণ, ধৰ্ম, ভাষা, জাতিৰ উৰ্দ্ধত থাকি জনসাধাৰণৰ অশেষ কষ্ট আৰু ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদৰ জন্ম হৈছিল। আমি বিজেপিৰ সৈতে মিত্ৰতা কৰা নেতাসকলক কোনোপধ্যেই মানি নলওঁ। তেওঁলোকৰ সিদ্ধান্ত অগপ দলৰ সিদ্ধান্ত নহয়।”

ইপিনে জাতিদ্রোহী ব্যক্তিৰ ব্যক্তিগত সম্পত্তি বা কোম্পানীৰ হাতৰ মুঠিৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ বাবে অগপ কৰ্মী বা শুভাকাংখীক উক্ত দিনটোত একত্ৰিত কৰা হ’ব বুলি অশ্বিন মহন্তই জানিবলৈ দিয়ে।

তদুপৰি, বলিষ্ঠ আঞ্চলিকতাবাদৰ পোষকতা কৰি এক শক্তিশালী অসমৰ, সমূহ ৰাইজৰ বিশ্বাস আৰু আদৰৰ দললৈ ৰূপান্তৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাবে, আজি সংবাদমেলত উচুপি উঠে মহন্তই। উল্লেখযোগ্য যে, অগপ ই ২০১৬ চনত বিজেপিৰে মিত্ৰতা কৰাৰ বাবে সময়িকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল মহন্তই। তাৰ পাছতে বিলাসীপাৰা পূব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল মহন্তই।

সংবাদমেলত ডঃ অশ্বিন কুমাৰ মহন্তৰ উপৰি উপস্থিত থাকে অৰূপ বৰা, দেৱৰো কৈৰী, স্বৰস্বতী দাস, দীপ্তি শৰ্মা, ৰিংকু তালুকদাৰ, অবিনাশ বৰঠাকুৰ, জাহিদুৰ ৰহমান, নিৰ্মল কুমাৰ শইকীয়া, ৰাজু মহন্ত আৰু অজিত দত্ত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd