• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি এফ আইৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ, দুই কংগ্ৰেছীৰ সন্ধান জাৰি

গুৱাহাটীত কা-বিৰোধী হিংসাত্মক ঘটনা সন্দৰ্ভত সংবাদমেলত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 10:05 pm
22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে গুৱাহাটীত কেববিৰোধী হিংসাত্মক প্ৰতিবাদত জৰিত থকাৰ অভিযোগত বুধবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ দুজন শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰিছে।

একে অভিযোগত আৰক্ষীয়ে “পলাতক” দুই কংগ্ৰেছ নেতাৰ সন্ধান চলাই আছে।

Apply Now

“পি এফ আইৰ ৰাজ্যিক সভাপতি আমিনুল হক আৰু প্ৰচাৰ সম্পাদক মঃ মোজাম্মিল হকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ সভাপতি কামৰুল ইছলাম চৌধুৰী আৰু এন এচ ইউ আইৰ শীৰ্ষ নেতা জুবেৰ আলমৰ সন্ধান চলাই থকা হৈছে,” অসম চৰকাৰৰ মুখপাত্ৰ চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়।

পাটোৱাৰীয়ে কয় যে এইধৰণৰ হিংসাক উৎসাহ যোগোৱা ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

“আন্দোলনকাৰীসকল হিংসাত অপৰাধী নহয়। কিন্তু তৃতীয় পক্ষ এটাই পৰিস্থিতিৰ সুযোগ লৈছে আৰু প্ৰতিবাদৰ নামত ৰাজ্যখন অস্থিৰ কৰিব খুজিছে। আমাৰ চৰকাৰ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ,” তেওঁ কয়।

পাটোৱাৰীয়ে কয় যে চৰকাৰ জাতি-মাটি-ভেটি-ভাষা সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত তেওঁলোকে কোনোপধ্যে আপোচ নকৰে।

সোণোৱাল চৰকাৰৰ প্ৰায় সকলো সদস্যই অসম আন্দোলনৰ পৰা অহা বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয় যে তেওঁলোকে চলিত গণতান্ত্ৰিক আন্দোলনক সন্মান কৰে।

তেওঁ কয় যে চৰকাৰে যোৱা তিনি বছৰে লোৱা উন্নয়নমূলক কাম-কাজত শেহতীয়া হিংসাত্মক ঘটনাই প্ৰভাৱ পেলাইছে।

“এই ধৰণৰ হিংসাৰ প্ৰভাৱ অসমৰ ২২ লাখ নিবনুৱাৰ ওপৰত পৰিব,” তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd