• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ; বিভিন্ন প্ৰান্তত ৰে’ল অৱৰোধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 5:38 pm

1 min read

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ; বিভিন্ন প্ৰান্তত ৰে’ল অৱৰোধ
160
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমাৎ অধিক গতিশীলতা লাভ কৰিছে।

জনসাধাৰণে দেশখনৰ সেনা বাহিনীৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰাৰ পাছৰে পৰা ম্যানমাৰৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে।

মঙলবাৰে প্ৰতিবাদী জনসাধাৰণে ম্যানমাৰৰ বাণিজ্যিক ৰাজধানী য়াংগুন আৰু দক্ষিণ প্ৰান্তৰ চহৰ মাউলামাইনৰ মাজত চলাচল কৰা ৰে’ল পথ অৱৰোধ কৰি ৰে’ল চলাচল ব্যহত কৰি তোলে।

ৰে’ল অৱৰোধকাৰী প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ‘আমাৰ নেতাক শীঘ্ৰে মুক্তি দিয়ক’ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে, ম্যানমাৰ সেনাবাহিনীয়ে শেহতীয়া নিৰ্বাচনত অনিয়ম হোৱাৰ অভিযোগ তুলি ১ ফেব্ৰুৱাৰিত দেশৰ শাসন দখল কৰিছিল।

সেনা বাহিনীয়ে ম্যানমাৰৰ ৰাজনৈতিক নেত্ৰী ছ্যুকীকো কাৰাবন্দী কৰে।

সামৰিক অভ্যুত্থানৰ পাছতে দেশখনত চিকিৎসক, শিক্ষক সমাজে সামৰিক শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd