DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউত পুখুৰী খান্দোতে আৱিস্কাৰ হ’ল প্ৰাচীন মুদ্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2019 9:45 am
antique-coins-750x375

ফটো : নিউজ ১৮'ৰ সৌজন্যত

810
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাত স্থানীয় লোকে পুখুৰী খান্দোতে শনিবাৰে এক বৃহৎ সংখ্যক প্ৰাচীন মুদ্ৰা আৱিস্কাৰ কৰে। এই মুদ্ৰাসমূহ ৩০০ বছৰ পুৰণি আহোম ৰাজত্বৰ বুলি অনুমান কৰা হৈছে।

চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ উদ্ধৃতিৰে এটা বাতৰিত প্ৰকাশ পাইছে যে এমএনৰেগা(এম জি এন আৰ ই জি এ)ৰ হিতাধিকাৰী, নাহৰপুখুৰী পঞ্চায়তৰ জৱকাৰ্ড ধাৰী এজনে পুখুৰী খান্দোতে এই মুদ্ৰাখিনি উদ্ধাৰ হয়।

অৱশ্যে, উপায়ুক্ত গৰাকীয়ে সদৰী কৰে যে জিলা প্ৰশাসনে মাত্ৰ ১৬টা মুদ্ৰাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিয়নো বেছি সংখ্যক মুদ্ৰা শ্ৰমিকসকলে ব্যক্তিগত স্মাৰক হিচাপে লগত লৈ যায়।

বাতৰিত প্ৰকাশ পাইছে যে আহোম আৰু মোগল যুগৰ এক সংখ্যক প্ৰাচীন মুদ্ৰা আৱিস্কাৰ কৰা হৈছে আৰু এই সংগ্ৰহ কৰা মুদ্ৰাখিনি পৰীক্ষাৰ বাবে পুৰাতত্ত্ব বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

অসমত আহোম ৰাজবংশই প্ৰায় ৬০০ বছৰ কাল (১২২৮-১৮২৬) ৰাজত্ব কৰিছিল।

পাটকাই পৰ্বত অতিক্ৰমি অসমলৈ অহা মু মাওৰ এগৰাকী শ্বান বংশীয় ৰজা চাউল্যুং চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd