• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইবোলাৰ দৰৱত ধ্বংস হৈছে কৰ’না! মাৰ্কিন বিজ্ঞানীৰ দাবীত বিশ্বত আশাৰ সঞ্চাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 5:25 pm
27795576-8269409-image-a-9_1588167043723
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত মাৰ্কিন বিজ্ঞানীসকলে নতুন দিশৰ সন্ধান দিছে। কৰ’নাৰ বিৰুদ্ধে এন্টিভাইৰেল দৰৱ ৰেমছিডিছিভিৰ(Remdesivir) প্ৰয়োগত সুফল লাভ কৰা বুলি দাবী কৰিছে হোৱাইট হাউছে।

গোটেই বিশ্ব কৰ’নাৰ সংহাৰৰ ত্ৰাসত ত্ৰস্তমান হৈ থকাৰ সময়ত এই বাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে কোনো অনুমোদিত দৰৱ নাই।

Apply Now

বিশ্বৰ বিভিন্ন দেশে কোনো কাৰ্যকৰী দৰৱ আৱিষ্কাৰৰ বাবে গৱেষণাত ব্ৰতী হৈ আছে। দেশসমূহে এতিয়ালৈকে মেলেৰিয়াৰ দৰৱ হাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰতে ভৰসা কৰিছে।

ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ চিকিৎসাত ৰেমছিডিছিভিৰ সফলতাক লৈ মাৰ্কিন বিজ্ঞানীৰ দাবীয়ে বিশ্বত এক আশাৰ সঞ্চাৰ কৰিছে।

আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ এলাৰ্জী এণ্ড ইনফেকছিয়াছ ডিজিজৰ মুৰব্বী এন্থনী ফৌচিয়ে হোৱাইট হাউছত সংবাদ মাধ্যমৰ আগত কয় যে পৰিসংখ্যা অনুসৰি, কৰ’না আক্ৰান্তসকলৰ ওপৰত ৰেমছিডিছিভিৰ প্ৰয়োগৰ ফলত ৰোগীসকল দ্ৰুতভাৱে সুস্থ হৈ উঠিছে।

তেওঁ দাবী কৰা মতে, আন দৰৱৰ তুলনাত ৰেমছিডিছিভিৰ প্ৰয়োগৰ ফলত সুস্থতাৰ হাৰ ৩০শতাংশ অধিক। মানৱ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি ভাইৰাছৰ বৃদ্ধি ৰোধ কৰাৰ দৰে সক্ষমতা ৰেমছিডিছিভিৰ আছে।

ইতিমধ্যে, আমেৰিকা, য়ুৰোপ, এছিয়াৰ মুঠ ৬৮টা স্থানত ১,০৬৩গৰাকী কৰ’না আক্ৰান্ত লোকৰ দেহত পৰীক্ষামূলকভাৱে ৰেমছিডিছিভি দৰৱ প্ৰয়োগ কৰা হৈছে আৰু ইয়াত সুফল লাভ কৰা বুলি দাবী কৰা হৈছে। তদুপৰি, কৰ’নাৰ চিকিৎসাৰ বাবে  ৰেমছিডিছিভি প্ৰয়োগৰ অনুমতি বিচাৰি আবেদনো কৰা হৈছে।

আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ হেলথে কৰ’নাৰ বহুকেইটা দৰৱক লৈ পৰীক্ষা-নিৰীক্ষা চলাইছে। ইয়াৰ ভিতৰত ৰেমছিডিছিভিও আছে।

গিলেড ছাইন্সে প্ৰস্তুত কৰা এই দৰৱটো ইবোলাৰ বিৰুদ্ধে পৰীক্ষা কৰা হৈছিল যদিও তাত বিশেষ সফলতা পোৱা নগ’ল। কিন্তু বিভিন্ন জন্তুৰ শৰীৰত চলোৱা কেইবাটাও পৰীক্ষাৰ পাছত দৰৱটো কোভিড-১৯, ছাৰ্ছকে ধৰি ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা তথা চিকিৎসাৰ ক্ষেত্ৰত সুফলদায়ক বুলি বিবেচিত হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd