• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ ঘটনাৰ বাবে উচটনিমূলক মন্তব্যই দায়ী : অনুপ চেতিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 9:56 pm
Pro talk ULFA general secretary and Convenor of Indigenous Forum, Asom Anup Chetia addressing a press conference
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলোচনাপন্থী আলফা নেতা তথা খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক অনুপ চেতিয়াই হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে। বিধায়কগৰাকীয়ে উচটনিমূলক মন্তব্য প্ৰকাশ কৰাৰ বাবে শেহতীয়াভাৱে খেৰবাৰীত নৰহত্যাৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলি তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে চেতিয়াই।

গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি চেতিয়াই প্ৰৰোচনামূলক মন্তব্য দিয়া  অভয়াপুৰীৰ বিধায়ক চন্দন সৰকাৰ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে আৰু সদৌ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্তকো গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই হত্যাকাণ্ডৰ অনুসন্ধানৰ খাতিৰতে কোঠোৰ নিৰীক্ষণৰ মাজত ৰখাৰ দাবী তোলে।

Apply Now

আলফা নেতাগৰাকীয়ে আৰু অভিযোগ কৰে যে একাংশ লোকে অসমীয়া আৰু বাঙালীসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰচেষ্টাত আছে।

চেতিয়াই আৰু কৈছে যে সমাজত ভেদাভেদৰ ৰাজনীতি কৰি অসমত অশান্তিৰ সৃষ্টি কৰিব বিচৰাসকলৰ উদ্দেশ্য সফল হ’বলৈ দিয়া নহ’ব। তেওঁ কয়, ”নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ ৰদ কৰাৰ বাবে খিলঞ্জীয়া মঞ্চই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিব।”

‘আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গুলীয়াই মাৰক’ বুলি ভাষ্য প্ৰদান কৰিবলৈ অৰ্ধেন্দু কোন বুলি আলোচনাপন্থী আলফা নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

আইন সকলোৰে বাবে সমান আৰু ই ইয়াৰ নিজৰ পথেৰে গতি কৰিব বুলি চেতিয়াই মন্তব্য কৰে। ‘‘আমি যিহেতু শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ সৈতে সমন্বয় স্থাপন কৰি আছোঁ সেয়েহে ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি একো ক’ব নোৱাৰোঁ। কিন্তু অসম খিলঞ্জীয়া মঞ্চৰ পৰা আমি এনেধৰণৰ বিষয়ত মাত মাতিম।’’ তেওঁ কয়।

উল্লেখ্য যে দেওবাৰে কটনৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৬০টা সংগঠনে অনুষ্ঠিত ‘ৰাইজমেল’ত অনুপ চেতিয়াই উল্লেখ কৰিছিল যে চৰকাৰে কেন্দ্ৰই আলফাক অসমৰ সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত নিৰৱতা অৱলম্বন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd