• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাক ‘সতী ৰাধিকা’ৰ নামত সমন্বয়ক্ষেত্ৰ নালাগে : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 8:39 pm
সতী ৰাধিকাৰ ছবি, ফে'চবুকৰ পৰা সংগৃহীত

সতী ৰাধিকাৰ ছবি, ফে'চবুকৰ পৰা সংগৃহীত

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰা বাজেটত মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত অনুসূচিত জাতিৰ আই ‘সতী ৰাধিকা’ৰ নামত এক সমন্বয়ক্ষেত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। কিন্তু মন্ত্ৰীগৰাকীৰ এই ঘোষণাই আশ্বস্ত কৰিব পৰা নাই অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদক।

‘আমাক এতিয়া অনুসূচিত জাতিৰ সতী ৰাধিকাৰ নামত বঁটা, সমন্বয়ক্ষেত্ৰ একো নালাগে, কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে।‘ নৰ্থ-ইষ্ট নাওৰ আগত এই ঘোষণা পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ।

Apply Now

তেওঁৰ কয় যে চৰকাৰে ‘এই বিধেয়কখন গৃহীত কৰি বাংলাদেশৰ পৰা হিন্দু বাঙালীসকলক আনি অনুসূচিত জাতিৰ লোকসকলক ধ্বংস কৰিব নালাগে।‘

আনহাতে আজি মন্ত্ৰী হিমন্ত বিশ্বই ঘোষণা কৰা সতী ৰাধিকা সমন্বয়ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱক সংগঠনটোৱে বিশ্বাসত লোৱা নাই বুলি উল্লেখ কৰি দাসে লগতে কয়, ‘২০১৭ চনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ঘোষণা কৰিছিল যে অসমৰ অনুসূচিত জাতিৰ আই ‘সতী ৰাধিকা’ৰ নামত ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান কৰা হ’ব। কিন্তু যোৱা দুই বছৰে এই ৰাজ্যিক বঁটা প্ৰদান নকৰিলে।‘

এটা সামান্য ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান কৰিব নোৱাৰা চৰকাৰখনে সতী ৰাধিকাৰ নামত মাজুলীত সমন্বয়ক্ষেত্ৰ বনাব বুলি ঘোষণা কৰাটো প্ৰলোভনৰ বাহিৰে আন একো নহয় বুলি দাসে কয়।

ৰাজ্য চৰকাৰক কটাক্ষ কৰি দাসে কয় যে ‘কেৱল আধাৰশিলা স্থাপন কৰি উন্নয়নৰ নামত ফুলজাৰি মৰা’ সোণোৱাল চৰকাৰে ২০১৮-১৯ বৰ্ষৰ বাজেটৰ আঁচনি ৰূপায়ণ কৰিব নোৱাৰাটোয়েই চৰকাৰৰ ব্যৰ্থতাক প্ৰমাণ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd