DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘অন্বেষা’ই প্ৰস্তুত কৰিব এলানি গ্ৰন্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2018 6:40 pm
Tea-garden-children-768x388

প্ৰতিনিধিত্বমূলক ছবি

264
VIEWS
Share on FacebookShare on Twitter

ইউনিচেফৰ সহযোগত গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা ‘অন্বেষা’ই অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে কৰ্মশালাৰ জৰিয়তে দহখন কিতাপৰ এলানি গ্ৰন্থ প্ৰস্তুত কৰাৰ এক আঁচনি গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে উক্ত প্ৰচেষ্টাৰ অংশ হিচাপে ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিভিন্ন ঠাইৰ চাহ জনগোষ্ঠীৰ লেখক-লেখিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য লেখক-লেখিকাক লৈ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল৷

প্ৰাৰম্ভিক পৰ্যায়ৰ উক্ত কৰ্মশালাখনৰ যোগেদি প্ৰস্তুত কৰা পাণ্ডুলিপি সমূহক চূড়ান্ত ৰূপ দিয়াৰ উদ্দেশ্যে সেই একেখিনি লেখক-লেখিকাক লৈ ২৮ৰ পৰা ৩০ নৱেম্বৰলৈ অন্বেষাৰ কাৰ্যালয়ত চূড়ান্ত কৰ্মশালা অনুষ্ঠিত হ’ব।

কেবাগৰাকী চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই কৰ্মশালাত কিতাপবোৰৰ কথাৰ লগত মিলখোৱাকৈ এলানি ছবি নিৰ্বাচন কৰা হ’ব৷

‘অন্বেষা’ৰ ফালৰ পৰা জনোৱা অনুসৰি ৩দিনীয়া এই কৰ্মশালাখনত হৰেকৃষ্ণ ডেকা, তুলতুল বৰুৱা, সমীৰ তাঁতী আৰু শিবানন্দ কাকতিয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd