• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকাশত মহাবিপদত সুনীতা উইলিয়ামছ! সুকলমে কেতিয়া ঘূৰিব পৃথিৱীলৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2024 4:06 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মহাকাশ কক্ষপথত এটা ত্ৰুটী ধৰা পৰে। নাছাক এটা ছেটেলাইট বিচ্ছিন্ন হোৱাৰ বিষয়ে অৱগত কৰা হৈছে। লগে লগে ঘোষণা কৰা হয় যে মহাকাশচাৰীসকলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আশ্ৰয় ল’ব লাগে।

মহাকাশযানখনত কাৰিকৰী ত্ৰুটী ধৰা পৰাৰ পিছত সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বেৰী বুচ উইলম’ৰক জৰুৰীকালীনভাৱে আশ্ৰয় লোৱাৰ নিৰ্দেশ দিয়া হয়। মিছন কন্ট্ৰ’লৰ সকলো ক্ৰু সদস্যক নিজৰ নিজৰ মহাকাশযানলৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

এই নিৰ্দেশনা পোৱাৰ লগে লগে সুনীতা আৰু বেৰী বুচ উইলমৰে তেওঁলোকৰ ষ্টাৰলাইনাৰ কেপচুলত আশ্ৰয় লয়। মহাকাশচাৰীসকল নিৰাপদ আশ্ৰয়স্থললৈ যোৱাৰ পিছত প্ৰায় এঘণ্টা ধৰি এই পৰীক্ষা চলিছিল। লগতে এই সমস্যা সমাধান হোৱাৰ খবৰ পোৱা গৈছে।

Apply Now

লগতে পঢ়কঃ একেবাৰতে বহুত বাঢ়িল মোবাইল ৰিচাৰ্জৰ খৰচ! ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য

প্ৰথমে ২৬ জুনত সুনীতা আৰু উইলম’ৰ ঘূৰি অহাৰ খবৰ আহিছিল। কিন্তু এতিয়া জনা গৈছে যে এতিয়াৰ বাবে তেওঁলোকৰ উভতি অহাটো অনিশ্চিত। ফলত কল্পনা চাওলাৰ স্মৃতি ঘূৰি আহিছে।

নাছাৰ মতে আগন্তুক পাঁচ-ছয় দিনৰ ভিতৰত সুনীতাহঁতক ঘূৰাই আনিব পৰা যাব। সেইমতে, সুনীতাহঁত ২ বা ৩ জুলাইত ঘূৰি আহিব পাৰে।

মহাকাশচাৰীসকলে ৮ দিনৰ বাবে নিৰ্ধাৰিত অভিযানত গৈ তিনি সপ্তাহতকৈ অধিক সময় মহাকাশত আছে। ফলত ইন্ধন কমি আহিছে। আশংকা বাঢ়ি গৈছে। দাবী কৰা হৈছে যে আৰু মাত্ৰ ২৭ দিনৰহে ইন্ধন বাকী আছে। কেতিয়া ঘূৰি আহিব সেই সন্দৰ্ভত নাছাই একো কোৱা নাই যদিও ত্ৰুটী মেৰামতিৰ কাম চলি আছে।

লগতে পঢ়কঃ এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলৰ চালি : তিনিজনৰ মৃত্যু

যোৱা ৭ জুনত সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল। উৎক্ষেপণৰ পিছতেই কেইবাটাও যান্ত্ৰিক দোষ ধৰা পৰে। নবীনসকলে সেই ভুলটো নিজেই শুই নোযোৱাকৈ মেৰামতি কৰে। সকলো বাধা অতিক্ৰম কৰি সুনীতা উইলিয়ামছে গন্তব্যস্থান পালেগৈ। ইয়াৰ মাজতে মহাকাশযান বয়িং ষ্টাৰলাইনাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd