• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এখন দেশত অভিনৱ শাস্তি! : মাস্ক নিপিন্ধা লোকক চিধাই কবৰস্থানলৈ প্ৰেৰণ কৰিছে দেশখনৰ চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 4:10 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ বাৰে বাৰে কৈ আহিছে যে কোভিড সংক্ৰমণৰ পৰা বাচিবলৈ মানুহে মাস্ক পৰিধান কৰাতো জৰুৰী।

ইফালে বিশ্বৰ প্ৰতিখন দেশতে কোভিড প্ৰটক’লৰ নিৰ্দেশনা অনুসৰি জনসাধাৰণে মাস্ক পিন্ধাটো বাধ্যতামূলক ।

Apply Now

বহু দেশত জনসাধাৰণৰ মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিবলৈ বিভিন্ন ধৰণৰ কঠোৰ নীতি নিৰ্দেশনা বলৱৎ কৰি জৰিমনাও বিহা হৈছে।

তথাপিও দেশসমূহৰ জনসাধাৰণে যিধৰণে সচেতন হ’ব লাগিছিল তেনে ধৰণে সচেতন হোৱা পৰলিক্ষিত হোৱা নাই।

সেয়ে কিছুমান দেশে মাস্ক পৰিধান নকৰা লোকক কেৱল মাত্ৰ জৰিমনা বিহাতেই আৱদ্ধ নাথাকিব বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

তেনে এক অভিনৱ পন্থা গ্ৰহণ কৰিছে দক্ষিণ পূৱ এছিয়াৰ এখন দেশ ইন্দোনেছিয়াই।

দেশখনৰ চৰকাৰে মাস্ক নিপিন্ধা লোকসকলক ধৰি নি চিধাই কবৰস্থালৈ নিয়া আৰম্ভ কৰিছে।

দ্য জাৰ্কাতা পোষ্টৰ এক প্ৰতিবেদন অনুসৰি দেশখনৰ মাস্ক পৰিধান নকৰা লোকসকলক ধৰি প্ৰশাসনে চিধাই কবৰস্থানলৈ লৈ যায়।

কবৰস্থানলৈ নি মাস্ক পৰিধান নকৰাৰ লোকক কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহৰ বাবে কবৰৰ গাঁত খান্দিবলৈ দিয়া হয়।

ইতিমধ্যে মাস্ক পৰিধান নকৰি দেশখনৰ আইন ভংগ কৰা এনে বহু লোকক শাস্তি হিচাপে কবৰস্থানত কবৰৰ গাঁত খান্দিবলৈ লগোৱা হৈছে।

প্ৰতিবেদনখনৰ মতে এনে আইন ভংগকাৰীক দিনটোত কবৰস্থানলৈ যিমান টা কোভিড আক্ৰান্তৰ মৃতদেহ আহে সিমানটা কবৰৰ গাঁত খান্দিবলৈ দিয়া হৈছে।

“মহামাৰীৰ সময়ত কবৰৰ গাঁত খান্দিবলৈ মানুহৰ অভাৱ হৈছে। মাস্ক পৰিধান নকৰাৰ ফলত দেশখনত ক’ৰ’ণা সংক্ৰমণৰ বৃদ্ধিৰ আশংকা আৰু বাঢ়িছে। সেয়ে মাস্ক পৰিধান নকৰা আইন ভংগকাৰীৰ দ্বাৰা এই কাম কৰোৱা হৈছে।” ইন্দোনেছিয়াৰ স্থানীয় প্ৰশাসনে এইদৰে কয়।

প্ৰশাসনৰ মতে ক’ৰ’ণা আক্ৰান্ত মৃতদেহৰ বাবে কবৰৰ গাঁত খন্দাৰ ফলত স্বাভাৱিকতে আইন ভংগকাৰীসকল আতংকিত হ’ব।

ইয়াৰ ফলত জলসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি পাব বুলিও প্ৰশাসনে দাবী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd