• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাল ‘জাতীয় নায়ক’ নহয়, ‘জাতীয় আপদ’তহে পৰিণত হৈছে : কংগ্ৰেছৰ কটাক্ষ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 3, 2018 10:51 pm
Sarbananda-Sonowal-Assam-CM-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ ‘জাতীয় নায়ক’ আখ্যা লাভ কৰা সৰ্বানন্দ সোণোৱাল ৰাইজৰ বিপুল সমৰ্থনত মুখ্য মন্ত্ৰী আসনত অধিষ্ঠিত হ’ল যদিও তেওঁ নিজৰ কৰ্মকাণ্ডৰ দ্বাৰা এতিয়া ‘জাতীয় আপদ’লৈ পৰিণত হৈছে।” এই কটাক্ষভৰা মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ।

আজি এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় যে মুখ্য মন্ত্ৰী সোণোৱালৰ সোপাঢিলা আৰু অনভিজ্ঞ প্ৰশাসন চলোৱাৰ ধৰণ-কৰণ দেখি তেওঁৰ নামঘৰৰ নামঘৰীয়াৰ দায়িত্ব পালনৰ সামৰ্থ্য নাই যেন অনুভৱ হয়।

Apply Now

শেহতীয়াভাৱে তিনিচুকীয়াৰ ধলাত সংঘটিত নাৰকীয় কাণ্ডৰ প্ৰসংগেৰে বিবৃতিখনত কোঁৱৰে মুখ্য মন্ত্ৰীজনৰ অকৰ্মণ্যতাৰ বাবেই ৰাজ্যত এনে সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি কয়। লগতে এই ঘটনাৰ বাবে আটাইটকৈ দায়ী ব্যক্তিজনেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুলি মন্তব্য কৰে।

কিন্তু সোণোৱালে নিজৰ চৰম ব্যৰ্থতা আৰু হঠকাৰিতা ঢাকিবৰ বাবে সংবাদ মাধ্যমলৈ ৰঙা চকু দেখুৱাই নিজে দায় সাৰিবলৈ চেষ্টা চলোৱা বুলিও অভিহিত কৰে। লগতে বিবৃতিযোগে মুখ্য মন্ত্ৰীৰ এই কাৰ্যক প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গৰিহণা দিয়ে।

“এজন মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱৰা বাবেহে ৰাজ্যখনত এক সংঘাতময় আৰু আৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ অকৰ্মণ্যতা আৰু দুৰ্বলতা ঢাকিবৰ বাবেই আনৰ গালৈ দোষ ঠেলি দায় সাৰিব বিচৰাটো অতি হাস্যকৰ”, বিবৃতিটোত এইদৰে উল্লেখ কৰে।

লগতে পৰোচনামূলক মন্তব্য দি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস এণ্ড কোম্পানী, মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰদীপ দত্ত আদিসকল আজিৰ পৰিস্থিতিৰ বাবে যিমান দায়ী মুখ্য মন্ত্ৰী সোণোৱাল তাতকৈ কোনোগুণে কম নহয় বুলিও বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছে মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd