• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ভিতৰত প্ৰথম : নামৰূপত আৰম্ভ হ’ল মিথানল-ভিত্তিক ইন্ধনৰ পৰীক্ষামূলক প্ৰকল্প

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 5, 2018 7:12 pm
e326bc91-c255-49e5-a8dd-3a668c1db5eb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামৰূপস্থিত অসম পেট্ৰকেমিকেলছ লিমিটেডত আজি ৫ অক্টোবৰত দেশৰ প্ৰথমটো মিথানল-ভিত্তিক ৰান্ধন ইন্ধনৰ পাইলট প্ৰজেক্টটোৰ উদ্বোধন কৰিছে। এই ইন্ধন এলপিজিতকৈ সস্তা হ’ব জানিব পৰা গৈছে।

নিটি আয়োগৰ সদস্য ভিকে স্বাৰস্বতে পৰিৱেশ-বান্ধৱ পৰিষ্কাৰ ইন্ধনৰ পাইলট প্ৰজেক্টটো উদ্বোধন কৰি পৰিৱেশ-বান্ধৱ ইন্ধনৰ দিশত এটা নতুন দিগন্তৰ সূচনা কৰে।নিটি আয়োগৰ ফ্লেগশ্বিপ কাৰ্যসূচীটোৱে ভাৰতৰ ‘মিথানল অৰ্থনীতি’ৰ ধাৰণাটোক এখোপ আগুৱাই দিছে।

Apply Now

স্বাৰস্বতে কৈছে যে  নিটি আয়োগে এই কাৰ্যসূচীৰ জৰিয়তে অকল মিথানলেৰেই দেশৰ খাৰুৱা তেলৰ আমদানি ২০ শতাংশ হ্ৰাস কৰাৰ পৰিকল্পানা কৰিছে। তেওঁ আৰু কৈছে যে মিথানলৰ ব্যৱহাৰে অকল ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ সমস্যাই হ্ৰাস কৰাটোৱেই নহয়, ই ৪০ শতাংশ প্ৰদূষণো হ্ৰাস কৰিব।

উল্লেখ্য যে ‘মিথানল অৰ্থনীতি’ৰ ধাৰণাটো চীন, ইটালি, ছুইডেন, ইজৰাইল, যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান আৰু বহুতো ইউৰোপীয় দেশত চলি আছে। চীনৰ ইন্ধনৰ ১০ শতাংশ হৈছে মিথানল।

অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ জগদীশ ভুঞাই কৈছে যে এই পাইলট প্ৰজেক্টৰ অধীনত সীমিত পৰিমাণে ছুলা আৰু মিথানল কেনিষ্টাৰ উপলব্ধ কৰোৱা হ’ব। ২ মাহৰ ভিতৰত কোম্পানীটোৱে বাণিজ্যিক হাৰত ইয়াৰ উৎপাদন আৰম্ভ কৰিব। প্ৰথম অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত ইয়াক উপলব্ধ কৰোৱা হ’ব বুলিও ভুঞাই জনায়।

বৰ্তমানৰ ৰন্ধন গেছৰ তৰলীকৃত গেছ ৰূপৰ পৰিৱৰ্তে মিথানল বাষ্প ৰূপত আহিব আৰু জুইৰ সংস্পৰ্শত বিষ্ফোৰণ ঘটাৰ পৰিৱৰ্তে মিথানলৰ কেনিষ্টাৰটো জ্বলিহে যাব।

উদ্বোধনী অনুষ্ঠানত ‘মিথানল’ৰ কেন্দ্ৰীয় কমিটীৰ সদস্য প্ৰশান্ত গুৰু শ্ৰীনিৱাস আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ কেটালাক্টিক থিংক টেংক ফৰামৰ অধ্যক্ষ জগদীশ ভুৱা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰৱি কাপুৰ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ উপাধ্যক্ষ বিকুল চন্দ্ৰ ডেকা উপস্থিত আছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd