• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ

ইডি, চি বি আই, আৰক্ষীৰ ক্ষমতা অপপ্ৰয়োগ কৰি আপৰ গতি ৰোধ কৰিব বিচাৰিছে চৰকাৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 29, 2024 5:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইলেক্টৰেল বণ্ড যোগে সাৰথ ৰেড্ডীয়ে বিজেপিক আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰ বিষয়টো ইডিৰ তদন্তৰ আওতালৈ অনাৰ দাবী আম আদমী পাৰ্টিৰ।

গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেলত  আপ, অসমৰ জ্যেষ্ঠ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, – দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ আওঁতালৈ ভাৰতীয় জনতা পাৰ্টীক আনিব লাগে। তেওঁ উল্লেখ কৰে যে যোৱা দুটা বছৰ ধৰি ইডি আৰু চি বি আইয়ে এই গোচৰটোৰ সংক্ৰান্তত পাঁচশতকৈ অধিক তালাচী চলাইছে আৰু এহেজাৰ জনতকৈও অধিক লোকক সোধ-পোছ কৰিছে, কিন্তু তাৰ পাছতো তেওঁলোকে আম আদমি পাৰ্টীৰ এজন নেতা-কৰ্মীৰ হাতৰ পৰা এটকা এটাও উদ্ধাৰ কৰিব পৰা নাই।

Apply Now

এই সংক্ৰান্তত অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে সৰ্বশক্তি খৰচ কৰিও কিয় আপৰ এজন নেতা-কৰ্মীক দোষী সাব্যস্ত কৰিব পৰা নাই? তেওঁ ইডিৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন ক’ত আছে সেয়াই তেওঁলোকে এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই।

অনুৰূপা ডেকাৰজাই দিল্লীৰ সুৰা কেলেংকাৰীৰ এজন মুখ্য অভিযুক্ত সাৰথ ৰেড্ডীৰ সম্পৰ্কত বিস্ফোৰক তথ্য সদৰি কৰি কয় যে যিজন সাৰথ ৰেড্ডীৰ জাবানবন্দী অনুসৰি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে সেইজন সাৰথ ৰেড্ডীয়ে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি বিজেপিক কোটি কোটি টকা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে সাৰথ ৰেড্ডীয়ে প্ৰথমতে প্ৰদান কৰা জাবানবন্দী কেইটাত অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীৰ কোনো নাম তেওঁ উল্লেখ কৰা নাছিল আৰু সেই সময়চোৱাত তেওঁ জামিন লাভ কৰা নাছিল। কিন্তু যেতিয়াই সাৰথ ৰেড্ডীয়ে দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীক সংযোগ কৰি দিয়ে তাৰ কেইদিনমানৰ পাছতেই তেওঁ জামিন লাভ কৰে আৰু এতিয়া তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হৈছে। দলৰ মুখপাত্ৰ গৰাকীয়ে লগতে মন্তব্য কৰে যে অৰবিন্দ কেজৰিৱালৰ সততা আৰু দুৰ্নীতিবিৰোধী ৰাজনীতিলৈ নৰেন্দ্ৰ মোডীয়ে ভয় কৰি তেওঁৰ কন্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। ইডি, চি বি আই আদি কেন্দ্ৰীয় সংস্থাসমূহে দিল্লী সুৰা কেলেংকাৰীৰ প্ৰকৃত সত্য আৱিষ্কাৰ কৰিবলৈ বিজেপি দলৰ বিৰুদ্ধে তদন্ত কৰিব লাগে, কিয়নো এই কেলেংকাৰীৰ সৈতে প্ৰামাণিক ধনৰ সৰবৰাহ সাৰথ ৰেড্ডীয়ে বিজেপিৰ সৈতে কৰাটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ইলেক্ট’ৰেল বণ্ডৰ তথ্যৰ পৰাই ওলাই পৰিছে- এই বিস্ফোৰক মন্তব্য আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰে যে বিজেপিয়ে আম আদমি পাৰ্টীৰ উত্থানত ভীতিগ্ৰস্ত হৈছে আৰু সেই ভয়ৰ প্ৰতিফলন হিচাপে তেওঁলোকে আম আদমি পাৰ্টীৰ কাৰ্যালয়ত আৰক্ষী মোতায়েন কৰিছে। অনুৰূপা ডেকাৰজাই সদৰি কৰে যে যোৱাকালি কোনো কাৰণ আৰু জাননী নোহোৱাকৈ সশস্ত্ৰ আৰক্ষীৰ এটা দল আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰৱেশ কৰিছিল। এয়া বিজেপিৰ কেনেধৰণৰ গণতান্ত্ৰিক চৰিত্ৰ বুলি প্ৰশ্ন উত্থাপন।

দলৰ মুখপাত্ৰ গৰাকীয়ে কয়, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আঁহোতে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী দুজনক সৰ্বস্তৰৰ ৰাইজে ব্যাপক সঁহাৰি জনাইছিল। স্বতঃস্ফুৰ্ত ভাৱে হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকে দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন যাত্ৰাত অংশগ্ৰহণ কৰিছিল।  সেইবাবেই বিজেপিয়ে আপৰ জনসমুদ্ৰ চাই ভয় খাই দলটোৰ ৰাজ্যিক কাৰ্যালয়লৈ আৰক্ষীৰ দল প্ৰেৰণ কৰিছে। লগতে তেওঁ উল্লেখ কৰে যে তেওঁক দিছপুৰ আৰক্ষী থানাই অজ্ঞাত কাৰণত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে, কিন্তু তেওঁক কিয় থানাত উপস্থিত হ’বলৈ কৈছে সেয়া আৰক্ষী কৰ্তৃপক্ষই তেওঁক জনোৱা নাই। আজিৰ সংবাদমেলখনত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ লগতে উপস্থিত থাকে আপৰ কামৰূপ মহানগৰ সমিতিৰ উপ সভাপতি দিতুল বৰুৱা আৰু সম্পাদক আব্দুৰ ৰেজ্জাক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd