• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰ উপত্যকাৰ কভাৰেজৰ বাবে তিনিগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰলৈ পুলিৎজাৰ বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2020 12:11 pm

1 min read

pulitzer-medal-1280x720

পুলিৎজাৰ বঁটাৰ স্মাৰক।

14.2k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰ উপত্যকাৰ ঘটনা প্ৰবাহৰ কভাৰেজ দাঙি ধৰা তিনিগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰক প্ৰসিদ্ধ পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।

এই তিনিওগৰাকী ফটোগ্ৰাফাৰে কাশ্মীৰত বাস কৰে। ফটোগ্ৰাফাৰ কেইগৰাকীয়ে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছৰ পৰিস্থিতিত সংঘটিত হোৱা ঘটনা প্ৰবাহক নিজৰ কেমেৰাত বন্দী কৰি জনসাধাৰণৰ আগত দাঙি ধৰিছিল।

পুলিৎজাৰ বঁটাৰে সন্মানিত এই ফটোগ্ৰাফাৰ তিনিগৰাকী হৈছে য়াছিন ডৰ, মুখতাৰ খান আৰু চন্নী আনন্দ।

ফটোগ্ৰাফাৰ তিনিগৰাকীক পুলিৎজাৰ ফিচাৰ ফটোগ্ৰাফী বঁটা প্ৰদান কৰা হৈছে।

তিনিওগৰাকী ফটোগ্ৰাফাৰে বিশ্বৰ আগশাৰীৰ নিউজ এজেন্সি এছোছিয়েটেড প্ৰেছৰ হৈ কৰ্মৰত।

চন্নী আনন্দ জম্মুত থকাৰ বিপৰীতে য়াছিন ডৰ আৰু মুখতাৰ খান শ্ৰীনগৰৰ বাসিন্দা। বিগত ২০ বছৰ ধৰি চন্নী আনন্দ এছোছিয়েটেড প্ৰেছৰ সৈতে কাম কৰি আছে। কালি মাজনিশা পুলিৎজাৰ বঁটা ঘোষণা কৰা হয়।

ফটোগ্ৰাফাৰ কেইগৰাকীয়ে কাশ্মীৰৰ স্বাভাৱিক জনজীৱনৰ লগতে সংঘৰ্ষপীড়িত অঞ্চলৰ বিক্ষোভকাৰী আৰু সুৰক্ষা বাহিনীৰ ফটো বিশ্বৰ আগত দাঙি ধৰিছিল।

উল্লেখ্যে যোৱা বছৰ পাঁচ আগষ্টত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd