• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম লোকসেৱা আয়োগৰ ২০১৮বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 13, 2020 7:02 am

1 min read

550250-apsc-678x381-1-570x320-1-1-750x375-1
744
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ বিভিন্ন জুনিয়ৰ গ্ৰেড বিষয়াৰ বাবে অনুষ্ঠিত ২০১৮ বৰ্ষৰ অনুষ্ঠিত যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে।

যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে অহা ২৮ অক্টোবৰত মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগিব।

মূল পৰীক্ষাটোত মুঠ ৫৪৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

যোৱা বছৰ আগষ্টৰ ২তাৰিখৰ পৰা ২৯তাৰিখলৈকে ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত অসম লোকসেৱা আয়োগৰ এই যৌথ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল।

গুৱাহাটী উচ্চ ন্যয়ালয়ত উক্ত পৰীক্ষা সম্পৰ্কীয় এক গোচৰ চলি থকাৰ বাবে ২০১৮ বৰ্ষৰ এই পৰীক্ষাৰ ফলাফল আয়োগে ঘোষণা কৰা নাছিল।

যোৱা ৯ অক্টোবৰত গোচৰটোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া চূড়ান্ত ৰায়দানৰ  পিছত সোমবাৰে আদালতৰ নিৰ্দেশ অনুসৰি এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।

প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহৰ লগতে প্ৰাসংগিক তথ্যসমূহ আয়োগৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in ত বিতংভাৱে চাব পাৰিব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd