• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লোৱা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বানপানীৰ খবৰ ল’বলৈ আহৰি নাই : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , July 14, 2019 10:49 am

2 min read

Gamosa Modi
552
VIEWS
Share on FacebookShare on Twitter

‘ডিঙিত গামোচা লৈ অসমবাসীৰ মন জয় কৰা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ অসমৰ বানপানী খবৰ ল’বলৈ সময় নাই।’ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাজীৱ ভৱনত শনিবাৰে অৰ্থাৎ ১৩ জুলাইত এক সংবাদমেলত এই মন্তব্য কৰে।

সংবাদমেলত তেঁও কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লৈ অসমবাসীৰ মন জয় কৰাৰ বিপৰীতে মুখ্য মন্ত্ৰী গৰাকীৰ ৰাজনৈতিক ক্ষেত্ৰ ঐতিহাসিক মাজুলীখনেই হয়তো পাহৰণিৰ গৰ্ভলৈ গুচি যাব কিন্তু বৰ্তমানলৈকে মাজুলী সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ৰাজ্যৰ ২১ খন জিলাতে নাই কোনো শৰণাৰ্থী শিবিৰ, উদ্ধাৰকাৰী দল। সাহায্য দিবৰ বাবে এটাও সাহায্য শিবিৰৰ ব্যৱস্থা কৰা নাই। লগতে কয় যে ইয়াৰ পৰাই বৰ্তমান বিজেপি চৰকাৰখনৰ ব্যৰ্থতা ওলাই পৰিছে।

তাৰোপৰি ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকৰ সময়ছোৱাত স্বাস্থ্য মন্ত্ৰী প্ৰমোদ ভ্ৰমণত ব্যস্ত থকাৰ কথাও সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে বৰ্তমানলৈকে চৰকাৰী তথ্য মতে ৫৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। কিন্তু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ নিদ্ৰামগ্ন, নিৰ্বিকাৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী সোণোৱালো।

সংবাদমেলত তেওঁ ৰাজ‍্যৰ ভয়াৱহ বান পৰিস্থিতি বুজল’বলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দহটা ভাগত বিভক্ত কৰি দহখন কমিটি গঠন কৰিছে বুলি জনায়। সেই মৰ্মে সকলো জিলাৰ দায়িত্বত তেওঁলোকৰ সদস্য নিয়োগ কৰিছে। লগতে বৰ্তমান চৰকাৰখনক এই সমস্যা সমূহৰ সমাধান কৰিবলৈ আহ্বান জনায়।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd