• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

হাৰৰ সংজ্ঞাক লৈ পূৰ্বৰ কমিটীয়ে দিয়া কেৱল উচ্চতাভিত্তিক মাপকাঠিৰ সলনি এক বিস্তৃত 'আৰাৱলী ইক'চিষ্টেম লেণ্ডস্কেপ' পদ্ধতি গ্ৰহণৰ প্ৰস্তাৱ দিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2026 3:16 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰাৱলী পৰ্বতমালা কেৱল এক ভৌগোলিক ভূখণ্ড নহয়, বৰঞ্চ ই এক জটিল আৰু পৰস্পৰ সংযুক্ত পৰিস্থিতিতন্ত্ৰ। সেয়েহে ইয়াক কেৱল এটা নিৰ্দিষ্ট ভৌগোলিক মাপকাঠিৰে (terrain-based yardstick) নিৰ্ধাৰণ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীখনে ৩১ আগষ্টত দাখিল কৰা প্ৰতিবেদনত এই গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে। আৰাৱলীৰ পৰিসীমা, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বিষয়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ কমিটীয়ে আগন্তুক ২৮ ফেব্ৰুৱাৰীলৈকে অতিৰিক্ত ছমাহৰ সময়সীমা বিচাৰিছে। ৭ ছেপ্টেম্বৰ, সোমবাৰে উচ্চতম ন্যায়ালয়ে এই সময়সীমা বৃদ্ধিৰ আৱেদনৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

 

Apply Now

আগষ্ট মাহৰ প্ৰথম ভাগত কৰা ক্ষেত্ৰভিত্তিক মূল্যায়ন আৰু বিভিন্ন পক্ষৰ সৈতে কৰা আলোচনাৰ অন্তত কমিটীয়ে প্ৰকাশ কৰিছে যে আৰাৱলী হৈছে পাৰিস্থিতিক, জলতাত্ত্বিক, জৈৱ বৈচিত্ৰ্য আৰু আৰ্থ-সামাজিক মূল্যবোধৰ সৈতে সংযুক্ত এক বিশাল পৰিৱেশ। সেয়েহে, পাহাৰৰ সংজ্ঞাক লৈ পূৰ্বৰ কমিটীয়ে দিয়া কেৱল উচ্চতাভিত্তিক মাপকাঠিৰ সলনি এক বিস্তৃত ‘আৰাৱলী ইক’চিষ্টেম লেণ্ডস্কেপ’ (Aravalli Ecosystem Landscape) পদ্ধতি গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে।

 

এই নতুন পৰিকাঠামোত কেৱল পাহাৰবোৰেই নহয়, বৰঞ্চ বনাঞ্চল, জৈৱ বৈচিত্ৰ্য, জলাশয়, ভূ-গৰ্ভৰ পানী সংৰক্ষণ এলেকা, পৰম্পৰাগত চৰণীয়া পথাৰ, পৱিত্ৰ স্থান আৰু প্ৰত্নতাত্ত্বিক গুৰুত্ব থকা অঞ্চলসমূহকো সামৰি লোৱা হ’ব। আলৱাৰ, আজমেৰ আৰু উদয়পুৰ জিলাত ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষণ সম্পন্ন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইছৰ’ আৰু ৰাষ্ট্ৰীয় ৰিম’ট ছেন্সিং চেণ্টাৰৰ জৰিয়তে এই তথ্যসমূহৰ বৈজ্ঞানিক বৈধতা প্ৰমাণ কৰা হ’ব।

 

উল্লেখ্য যে, ২০২৫ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আৰাৱলীৰ নতুন সংজ্ঞাক লৈ গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত পাহাৰখনৰ এক বৃহৎ অংশত খনন কাৰ্য চলিব বুলি স্থানীয় লোক আৰু পৰিৱেশবিদসকলে আশংকাত ভুগিছিল। ইয়াৰ পাছতেই চলিত বৰ্ষৰ ৩ জুনত উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ পাঁচজনীয়া কমিটীখন গঠন কৰি দিছিল। বৰ্তমানলৈকে কমিটীখনে কৃষক, স্থানীয় সম্প্ৰদায়, পৰিৱেশ সংগঠন আৰু খনন খণ্ডৰ সৈতে জড়িত লোকৰ পৰা প্ৰায় ৬৮০ খন আৱেদন লাভ কৰিছে। অৱশ্যে চৰকাৰী বিষয়াৰে গঠিত এই কমিটীখনে কিমান নিৰপেক্ষভাৱে কাম কৰিব পাৰিব তাক লৈ একাংশ পৰিৱেশবিদে পূৰ্বৰে পৰা প্ৰশ্ন উত্থাপন কৰি আহিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd