“অসম আন্দোলন আৱেগৰ দ্বাৰা চলিছিল; আন্দোলন কৰি ৭১ চনলৈকে বিদেশীখিনিক ৰাখিলো”, অতুল বৰা
আগৰবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰী সভাৰ পৰা ওলাই অহাটো এটা ভুল আছিল বুলি মন্তব্য কৰি এইবাৰ যে বিতৰ্কিত ...
আগৰবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰী সভাৰ পৰা ওলাই অহাটো এটা ভুল আছিল বুলি মন্তব্য কৰি এইবাৰ যে বিতৰ্কিত ...
চিলাপথাৰ কাণ্ডৰ অনুৰূপ ধৰণে বিলাসীপাৰাত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰি কাৰ্য্যালয়ৰ সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে সুধাকণ্ঠ ...
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইলত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন বয়োজ্যেষ্ঠ লোকে প্ৰাণ ...
অসমকে ধৰি উত্তৰ-পূবৰ দল-সংগঠনে নাগৰিকত্ব বিধেয়কক লৈ প্ৰতিবাদ কৰি অহাৰ মাজতে কেন্দ্ৰই সংসদত ইয়াক উত্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। খবৰমতে, ...
বিধানসভাৰ মজিয়াত “জয় বংলাদেশ” ধ্বনি দিয়া মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে আজি কেইবাজনো কটনিয়ানে পাণ বজাৰ থানাত এটা গোচৰ দিয়ে। সততে ...
‘‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বি পি এফ দলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত যি আলোচনাত মিলিত হৈছে, তাত ...
নগাৱঁৰ জুৰীয়াৰ পৰা আজি বন বিভাগে দুষ্টচক্ৰই কৌশলেৰে ধৰি সজাত বন্দী কৰি থোৱা অৱস্থাত ১৬টা বনৰীয়া চৰাই উদ্ধাৰ কৰে। এটা ...
দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ অঞ্চলত সাঁচি গছ চুৰি কাৰ্যৰে জড়িত পাঁচজন চোৰক সোমবাৰে নিশা ৰাইজে হাতেলোটে ধৰি উত্তম-মধ্যম ...
মেক্সিকো, কোষ্টাৰিকা, জাপান, আৰ্জেণ্টিনা, চিলি, বাংলাদেশ আদি দেশৰ প্ৰদৰ্শনীৰে ডিচেম্বৰৰ ৬ তাৰিখৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ’ব ‘নৰ্থ-ইষ্ট ফুড ...
ত্ৰিপুৰাৰ উদীয়মান ক্ৰিকেটাৰ মিথন দেৱবাৰ্মাই মঙলবাৰে আবেলি বীৰ বিক্ৰম ষ্টেডিয়ামত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই ত্ৰিপুৰাৰ ক্ৰীড়াজগতত ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd