yoga

শিৱসাগৰত বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ আয়োজন

সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো অহা ২১ জুন তাৰিখে বিভিন্ন কাৰ্যসূচীৰে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। ...

625664-sheena-bora

শ্বীনা বৰাৰ উৱলি যোৱা মৃতদেহ আৱিস্কাৰ কৰা লোকজনক জেৰা ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাৰ

শ্বীনা বৰা হত্যাৰ অভিযুক্ত প্ৰাক্তন মিডিয়া বেৰণ পীটাৰ মুখাৰ্জী আৰু তেওঁৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই বুধবাৰে শ্বীনা বৰাৰ আধা জ্বলি ...

NEUFC

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি একাডেমিৰ মুখ্য প্ৰশিক্ষকৰ ৰূপত খালিদ জামিল

আই লীগৰ প্ৰাক্তন চেম্পিয়ন আইজল এফ চি তথা কলকাতাৰ ইষ্ট বেংগল আৰু মোহন বাগানৰ প্ৰশিক্ষক খালিদ জামিল হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড ...

index সংবাদ মেল

শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰ দ্বিতীয়খন হ’ব নোৱাৰে : বৰপেটা সত্ৰৰ ঘোষণা

"মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ দ্বিতীয়খন হ’ব নোৱাৰে৷" এই ঘোষণা ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ ৷ বৰপেটা সত্ৰত ...

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত খালী আছে শ শ পদ; ২০১২ চনৰ পৰা হোৱা নাই নিযুক্তি

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত খালী আছে শ শ পদ; ২০১২ চনৰ পৰা হোৱা নাই নিযুক্তি

প্ৰযুক্তি বিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ৰাজ্যসমূহত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আই টি আই কলেজসমূহৰো চাহিদা বৃদ্ধি পাইছে। প্ৰতিবছৰে হাজাৰ হাজাৰ ...

ধেমাজি বিস্ফোৰণ : ১৫ বছৰৰ অন্তত আদালতে আজি প্ৰদান কৰিব চূড়ান্ত ৰায়

ধেমাজি বিস্ফোৰণ : ৰায়দানৰ পূৰ্বে অঘটন; ৪ জুলাইলৈ পিছুৱাই দিয়া হ’ল চূড়ান্ত ৰায়ৰ দিন

সুদীৰ্ঘ ১৫ বছৰৰ পিছত আজি ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ধেমাজি চেছন আদালতে চূড়ান্ত ৰায় প্ৰদান কৰাৰ কথা আছিল। কিন্তু চূড়ান্ত ...

ভাৰত নহয়, ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও

ভাৰত নহয়, ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও

ভাৰতৰ নহয়, ভূটানৰ মুদ্ৰা আৰু ভূটানৰ মোবাইল নেটৱৰ্কৰ ওপৰত হে নিৰ্ভৰ কৰি চলে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ শৰলপাৰা আৰু উল্টাপানী ...

Page 4843 of 6680 1 4,842 4,843 4,844 6,680

Recent News