প্ৰথমে হিন্দু ভুৱা পৰিচয়েৰে প্ৰেম, তাৰ পাছত বলপূৰ্বক অপহৰণ কৰি ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ আইদুল আলীৰ
সমগ্ৰ ৰাজ্য ধৰ্ষণ আৰু যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল হৈ থকাৰ সময়ত বাক্সাৰ জিলাৰ শালনীবাৰীত সংঘটিত হোৱা এটা লাভ জেহাদৰ ...
সমগ্ৰ ৰাজ্য ধৰ্ষণ আৰু যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল হৈ থকাৰ সময়ত বাক্সাৰ জিলাৰ শালনীবাৰীত সংঘটিত হোৱা এটা লাভ জেহাদৰ ...
চামগুৰিত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্মৰ বাবে অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। একাংশ ডাম্পাৰে বন বিভাগে নিৰ্ধাৰণ কৰি দিয়া ওজনতকৈ অতিমাত্ৰা ...
মঙলবাৰে ৰাতিপুৱা অসমত আহি উপস্থিত হৈছে মহিলা আৰু শিশু বিকাশ তথা বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। কেন্দ্ৰত বিজেপি নেতৃত্বাধীন ...
ড্ৰাগছৰ বাবেই প্ৰাণ হেৰুৱাব লগীয়া হ’ল এগৰাকী ২৫ বছৰীয়া যুৱকে। যুৱকজন গোলাঘাট চহৰৰ চানমাৰীৰ বাসিন্দা সঞ্জীৱ গোস্বামী। জানিব পৰা অনুসৰি ...
ভৱানীপুৰ সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। আজিৰ পৰা ছবছৰ পূর্বে ...
ত্ৰিপুৰাৰ ইণ্ডিজেনাছ পিপুলছ ফ্ৰন্ট অৱ ত্ৰিপুৰা(আই পি এফটি)ৰ এগৰাকী বিধায়কে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ অনা মহিলাগৰাকীকে বিয়া পাতিলে। ত্ৰিপুৰাত ...
২০১১ চনৰ বিশ্বকাপৰ খিতাপ দখলৰ মূল নায়ক যুৱৰাজ সিঙে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট, আই পি এলৰ লগতে ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ...
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে অসমত দুশখন অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নতুন ন্যায়াধিকৰণকে ধৰি ন্যায়াধিকৰণৰ মুঠ ...
ক্ৰীড়া ক্ষেত্ৰত অৰুণাচল প্ৰদেশক এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ক্ৰীড়া আৰু ...
সেনা-আৰক্ষীৰ যৌথ অভিযানত তিনিচুকীয়া জিলাত দেওবাৰে নিশা বিস্ফোৰকসহ এজন সংযুক্ত মুক্তি বাহিনী, অসমৰ (আলফা-স্বা:) লিংকমেনক আটক কৰা হয়। এক বিশেষ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd