Ripun Borah

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশৰ বিৰোধ নকৰো, কিন্তু অগপৰ সমাৱেশ এখন নাটক : ৰিপুণ বৰা

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমাৱেশ অনুষ্ঠিত কৰাৰ বিৰোধ নকৰোঁ।  কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশ এখন নাটক।” অহা ২৩ অক্টোবৰত ...

Accused Sanjay Sarkar

কলিয়াবৰৰ এচিড আক্ৰমণকাৰী সঞ্জয় সৰকাৰক গ্ৰেপ্তাৰ

কলিয়াবৰৰ সৰিয়হবাৰীত যোৱা ১৮ অক্টোবৰত সংঘটিত এচিড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এচিড আক্ৰমণকাৰী সঞ্জয় সৰকাৰ নামৰ যুৱকজনক অৱশেষত কলিয়াবৰ আৰক্ষীয়ে ...

polices_arrested_-678x381

দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ড : এতিয়ালৈকে ১৫ জনক আটক

ডিমৌৰ দাঁতি কাষৰীয়া মৰাণ থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে মৰাণ আৰক্ষীয়ে ১৫ জন লোকক আটক কৰিছে। ...

hilsa-750x375

বাংলাদেশ পাৰ হৈ ব্ৰহ্মপুত্ৰত জাকে জাকে উজাই আহিছে ইলিচ মাছ : যোৱা বছৰৰ দৰে হোৱাৰ আশা মাছমৰীয়া আৰু গ্ৰাহকৰ

যোৱা বছৰৰ দৰে এই বছৰো ব্ৰহ্মপুত্ৰৰ মোহনাৰ পৰা বৃহৎ পৰিমাণৰ ইলিচ মাছৰ উজানে অসমৰ মাছ ব্যৱসায়ীসকলৰ বাবে আনন্দৰ বতৰা আনিছে। ...

মুকালমুৱা বাছ দুৰ্ঘটনা : পানীৰ তলত মৃতদেহৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত

মুকালমুৱা বাছ দুৰ্ঘটনা : পানীৰ তলত মৃতদেহৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত

নলবাৰী জিলাৰ মুকালমুৱাৰ শনিবাৰে সংঘটিত বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান অব্যাহত আছে। শনিবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তাৎক্ষনিকভাৱে উদ্ধাৰ অভিযান ...

সতী সাধনী নামেৰে বগীবিল দলং নামাকৰণ কৰাৰ দাবী বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ

সতী সাধনী নামেৰে বগীবিল দলং নামাকৰণ কৰাৰ দাবী বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ২০ অক্টোবৰত বোকাখাতত এখন নাগৰিক সভা অনুষ্ঠিত হয়। বােকাখাতৰ সাধনী ভৱনত অনুষ্ঠিত এই নাগৰিক ...

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীত হোজাইৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেবৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ ...

ৰাইজৰ পক্ষত থিয় দি ১৭ নৱেম্বৰৰ গণ সমাৱেশ আয়োজনত বাধা প্ৰদান কৰিব চৰকাৰে

ৰাইজৰ পক্ষত থিয় দি ১৭ নৱেম্বৰৰ গণ সমাৱেশ আয়োজনত বাধা প্ৰদান কৰিব চৰকাৰে

অৱশেষত ৰাইজৰ পক্ষত থিয় দি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থনত ২৬ টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ, অসমৰ উদ্যোগত খানাপাৰাত ১৭ ...

আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা এক নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা!

আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা এক নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা!

কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ ৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সৈতে ২২ অক্টোবৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ ...

loot-570x320

বৰপেটাত দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কাঢ়ি নিলে ৩ লাখ টকা

বৰপেটাৰ মুখাৰিত শনিবাৰে মুক্তাৰ খান নামৰ এজন লোকক দুৰ্বৃত্তৰ এটা দলে মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰায় তিনি ...

Page 5376 of 6539 1 5,375 5,376 5,377 6,539

Recent News