• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ড : এতিয়ালৈকে ১৫ জনক আটক

NE NOW NEWS এন ই নাও নিউজ
ডিমৌ , October 21, 2018 2:37 pm

1 min read

polices_arrested_-678x381

প্ৰতিনিধিত্বমূলক ফটো

342
VIEWS
Share on FacebookShare on Twitter

ডিমৌৰ দাঁতি কাষৰীয়া মৰাণ থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে মৰাণ আৰক্ষীয়ে ১৫ জন লোকক আটক কৰিছে।

পূৰণ প্ৰজা আৰু লক্ষ্মী প্ৰজাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ লগত মৰাণ আৰক্ষীয়ে এই ১৫ জনকৈ লোকক বৰ্তমানলৈকে আটক কৰে।

আটকাধীন লোক কেইজন ক্ৰমে বিকাশ প্ৰজা, ৰামা চুণ্ডি, বিক্ৰম প্ৰজা, জুনু চুণ্ডি, সূৰজ প্ৰজা, অজয় পানিকা, ৰঞ্জন তাতী, বালক চুণ্ডি, পোনা চুণ্ডি, প্ৰেম চুণ্ডি, পবিত্ৰ চুণ্ডি, দেবাৰু প্ৰজা, মলুকা প্ৰজা, বিৰবল চুণ্ডি, আৰু বাদল চুণ্ডি।

উল্লেখযোগ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১৮ অক্টোবৰৰ নিশা ডিমৌৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দিখাৰী চাহ বাগিচা এলেকাত ধৃত জগু প্ৰজাই ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক নৃশংসভাৱে ঘপিয়াই হত্যা কৰিছিল।

অৱশ্যে পিছত আৰক্ষীয়ে অভিযান চলাই জগু প্ৰজাক ১৯ অক্টোবৰত আটক কৰিবলৈ সক্ষম হৈছিল।

ইফালে এই ঘটনাত সংঘটিত হোৱাৰ পিছতে একাংশ স্থানীয় ক্ষুব্ধ ৰাইজে হত্যাকাৰী জগু প্ৰজাক নাপই জগুৰ ভায়েক পুৰণ প্ৰজাক মৰিয়াই হত্যা কৰাৰ লগতে পিতৃ গুৰু প্ৰজাকো আক্ৰমণ কৰিছিল।

আনহাতে ২০ অক্টোবৰত অৰ্থাৎ কালি হত্যাকাৰীৰ মাক লক্ষী প্ৰজাৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ হৈছিল। আৰক্ষীয়ে এই ক্ষেত্ৰত স্থানীয় ৰাইজেই মৰিয়াই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd