• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজৰ পক্ষত থিয় দি ১৭ নৱেম্বৰৰ গণ সমাৱেশ আয়োজনত বাধা প্ৰদান কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 9:04 am
743
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ৰাইজৰ পক্ষত থিয় দি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থনত ২৬ টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ, অসমৰ উদ্যোগত খানাপাৰাত ১৭ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা গণ সমাৱেশত বাধা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

প্ৰস্তাৱিত সমাৱেশক কেন্দ্ৰ কৰি আইন-শৃংখলা পৰিস্থিতি ব্যাহত হোৱাৰ আশংকাতে সমাৱেশ আয়োজনত অনুমতি নিদিয়াৰ কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি পল্লৱ ভট্টাচাৰ্যই। শনিবাৰে অৰ্থাৎ ২০ অক্টোবৰত এক সংবাদমেলৰ জৰিয়তে এই কথা ভট্টাচাৰ্যই সদৰী কৰে।

তাৰোপৰি ভট্টাচাৰ্যই সংবাদমেলত নিৰাপত্তাজনিত কাৰণতে গৃহ বিভাগ আৰু অসম আৰক্ষী প্ৰস্তাৱিত গণ সমাৱেশখনৰ পক্ষত নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন জাতীয় দল-সংগঠনসমূহে ১৭ নৱেম্বৰৰ সমাৱেশখনক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জানই আহিছিল।

তেনে সময়তে শেহতীয়াকৈ চৰকাৰখনে তথা গৃহ বিভাগে এই ক্ষেত্ৰত ৰাইজৰ পক্ষত থিয় দিয়া কথাই বিশেষ গুৰুত্ব বহন কৰিছে।

ইফালে আয়োজক নাগৰিক অধিকাৰ মঞ্চ, অসমে ১৭ নৱেম্বৰৰ সমাৱেশ অনুষ্ঠিত কৰাক লৈ শনিবাৰৰ লৈকে অনুমতি বিচাৰি প্ৰশাসনৰ কাষ চপা নাই বুলিও ভট্টাচাৰ্যই কালিৰ সংবাদমেলত উল্লেখ কৰে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd